--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা কোতৱালি থানাৰ পৰা পোহৰলৈ আহিছে এক অদ্ভুত ঘটনা। থানাৰ ষ্ট’ৰৰুমত ৰখা জব্দ কৰি থোৱা ৬০টা সুৰাৰ বটল খালী কৰে নিগনিয়ে। চিন্তিত আৰক্ষীয়ে মালখানাত নিগনিৰ ধৰিবলৈ পিঞ্জৰা স্থাপন কৰিছে। কিছুমান নিগনিও ধৰা পৰিছে। এতিয়া এই বিষয়টোক লৈ চৰ্চা চলি আছে। ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে।

কোতৱালি থানাৰ উমেশ গোলহানীয়ে কয় যে জব্দ কৰা মদৰ বটলসমূহ গুদামত জমা কৰা হয়। যেতিয়া কোনোবাই আদালতত হাজিৰ হ’বলগীয়া হয়, তেতিয়া জব্দ কৰা সুৰাখিনি আদালতত প্ৰমাণ হিচাপে দাখিল কৰিব লগা হয়।

কিন্তু, ষ্ট’ৰৰুমত গৈ দেখা পাই যে সুৰাৰ বটলবোৰ নিগনিয়ে খালী কৰিছিল। থানাৰ ষ্ট’ৰৰুমত ৰখা সুৰাৰ কাৰ্টনবোৰ নিগনিয়ে কাটি পেলাইছিল। তাত ৰখা ৬০-৬৫টা সৰু সৰু প্লাষ্টিকৰ সুৰাৰ বটল ফুটা কৰি দিছিল নিগনিয়ে। ইয়াৰ বাবে বটলত ৰখা সুৰা লিক হৈ কাৰ্টন খালী হৈ পৰে। এই ঘটনাক লৈ এতিয়া বিমোৰত পৰিছে আৰক্ষী।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ