--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঠাণ্ডা বতৰত আমি এনেকিছুমান খাদ্য-সামগ্ৰী আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত, যিয়ে আমাক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। এনে কিছুমান খাদ্যৰ বিষয়ে জানো আহক-

হয় শেহতীয়াকৈ শীত কালৰ আৰম্ভণিৰ অনুমান কৰিব পৰা গৈছে। এই বতৰত আমি আমাৰ খাদ্যৰ বিশেষ যত্ন লোৱা উচিত। যাতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পৰা যায়। যদি আপুনি নিজকে সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে শীতকালত অধিক গৰম বস্তু সেৱন কৰক, যাতে আপোনাৰ শৰীৰে ঠাণ্ডাৰ পৰা হাত সাৰিব পাৰে আৰু আপুনি ৰোগৰ পৰা হাত সাৰিব পাৰে।জানো আহক এনে কিছুমান খাদ্যৰ বিষয়ে যাৰ সহায়ত  ঠাণ্ডাৰ সমস্যা দূৰ কৰিব পাৰি। এনে কিছুমান স্বাস্থ্যকৰ খাদ্যৰ বিষয়ে জানো আহক-

নহৰু খাব

ৰাতিপুৱা খালী পেটত নহৰু সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। যদি আপুনি শীতকালত নিজকে সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে দৈনিক দুফুটাকৈ নহৰু চোবাই খাব লাগে। ইয়াত থকা এন্টিঅক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। ই আপোনাক সংক্ৰমণৰ পৰাও সুৰক্ষিত কৰি ৰাখে।

দৈ আৱশ্যকীয় খাদ্য

প্ৰায়ে আমি বিশ্বাস কৰোঁ যে ঠাণ্ডাত দৈ খোৱা উচিত নহয়। কিন্তু সেয়া একেবাৰেই সচা নহয়। ঠাণ্ডাত দৈ সেৱন কৰিব লাগে। ই আপোনাক প্ৰায় ২০ শতাংশ ৰোগৰ পৰা আঁতৰাই ৰাখিব পাৰে। দৈত থকা বেক্টেৰিয়াই সংক্ৰমণৰ সম্ভাৱনা কমাই ঠাণ্ডাত আপোনাক সুৰক্ষিত কৰি ৰাখে।

টেঙা ফল 

ঠাণ্ডাত টেঙা ফল খাব লাগে। ছাইট্ৰাছ ফল সেৱনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। এই বতৰত আপুনি  কমলা, আঙুৰ, আনাৰস আদি ফল-মূল অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, যিয়ে সংক্ৰমণৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।

মিঠা আলু স্বাস্থ্যকৰ

শীতকালত ব্ৰেকফাষ্ট হিচাপে মিঠা আলু সেৱন কৰিব পাৰে। মিঠা আলু সেৱন কৰিলে ঠাণ্ডাৰ সময়ত অতিমাত্ৰা খাদ্য খোৱাৰ পৰা হাত সাৰিব পাৰি। ইয়াৰ বাবে আপুনি মিঠা আলু উতলাই ক’লা নিমখ আৰু দালচেনি গুড়ি মিহলাই খাব পাৰে।ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ যথেষ্ট লাভ হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ