--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গোৱালপাৰা বন বিভাগৰ পৰা দহিকটা সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গাঁও ভাটিয়া ৰাজহ গাঁৱত প্ৰায় ৭০ টা পৰিয়ালক উচ্ছেদৰ জাননী দিয়ে বন বিভাগে।

ডিজিটেল ডেস্ক: গোৱালপাৰাত এইবাৰ পট্টা মাটিত চলিব উচ্ছেদ অভিযান। প্ৰায় ৭০ টা পৰিয়ালৰ ঘৰত চলিব চৰকাৰৰ বুলড’জাৰ । ৰমজান মাহত উচ্ছেদৰ জাননী পাই হতাশাত ভুগিছে স্থানীয় ৰাইজ৷


গোৱালপাৰা বন বিভাগৰ পৰা দহিকটা সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গাঁও ভাটিয়া ৰাজহ গাঁৱত প্ৰায় ৭০ টা পৰিয়ালক উচ্ছেদৰ জাননী দিয়ে বন বিভাগে। অঞ্চলটোৰ লোক সকলে বিগত প্ৰায় ৪০/ ৫০ বছৰ ধৰি বসবাস কৰি আছিল। 


পৰিয়ালসকলে এই জাননীক অবৈধ আখ্যা দি উচ্ছেদ বন্ধ কৰিবলৈ উচ্চ ন্যায়লয়ৰ কাষ চাপিব বুলিও হুংকাৰ দিয়ে অঞ্চলৰ লোকসকলে। 


যোৱা নৱেম্বৰ মাহত অঞ্চলটোৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ ভূমিত উচ্ছেদ অভিযান চলাইছিল। আকৌ যোৱা ২৫ ফেব্ৰুৱাৰীত অঞ্চলটোৰ পট্টা ভূমিত ১৫ দিনৰ সময়সীমা বান্ধি জাননী প্ৰেৰণ কৰে বন বিভাগে । ফলত আতংকিত হৈছে অঞ্চলৰ লোকসকল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ