--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত আশা ধূলিস্যাৎ হ’ল ভাৰতৰ।টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰত পৰাজিত হয়  হাতত।  প্ৰথমে বেটিং কৰি ভাৰতে ১৬৮ ৰাণ সংগ্ৰহ কৰে। হাৰ্ডিক পাণ্ডিয়াই ৬৩  ৰান সংগ্ৰহ কৰে। বিৰাট কোহলীয়ে ৫০  ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডে ভাৰতৰ উক্ত  ৰানৰ বিপৰীতে ইংলেণ্ডে  ১৬ অভাৰত বিজয়ী হ’ব পৰাকৈ  ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডৰ হৈ জছ বাটলাৰ (৮০ ৰাণত অপৰাজিত) আৰু এলেক্স হেলছে (৮৬ ৰাণত অপৰাজিত) অৰ্ধশতক অৰ্জন কৰে।

ৰাহুলে গ্ৰুপ পৰ্যায়ত বাংলাদেশ আৰু জিম্বাবোৱেৰ বিৰুদ্ধে অৰ্ধশতক অৰ্জন কৰি ছন্দত উভতি আহিব বুলি ধাৰণা  কৰা হৈছিল। কিন্তু আজিৰ খেল খনত ৰাহুলে ভাৰতীয় দলটোক বিজয়ৰ সোৱাদ দিব পৰাকৈ আসানুৰূপ প্ৰদৰ্শন কৰা পৰিলক্ষিত নহ’ল। 

ৰোহিতে  ২৮ টা বলত ২৭ ৰাণ সংগ্ৰহ কৰে।এদিনীয়া ক্ৰিকেটত ২০০ ৰাণ কৰা বেটছমেনজনে  ছেমি ফাইনেলত ব্যৰ্থ হ’ল। 
 এইবাৰ তেওঁ প্ৰতিযোগিতাখনত মাত্ৰ এটা অৰ্ধশতক অৰ্জন কৰিছিল। সেয়া নেডাৰলেণ্ডৰ দৰে দলৰ বিৰুদ্ধে আছিল।

ভাৰতৰ স্ক'ৰবোৰ্ডত ইনিংছৰ শেষত হোৱা ১৬৮ ৰাণৰ বাবে বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়াক কৃতিত্ব দিছে বহুতে । সূৰ্যকুমাৰ যাদৱেও আজিৰ দিনটোত ১০ টা বলত ১৪ ৰাণ কৰি পেভিলিয়নলৈ উভতি আহে। আদোল ৰছিদে তেওঁৰ উইকেট লয়। ভাৰতে প্ৰথম ১৫ অভাৰত ১০০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত  হাৰ্দিকে শেষৰ ৫ অভাৰত ৬৮  ৰাণ সংগ্ৰহ কৰাটো এক বিশেষ কথা হিচাবে গণ্য কৰিব পাৰি। বিৰাটে   ৪০ টা বলত ৫০ ৰাণ কৰিছিল। 

ভাৰতক কম ৰাণত সীমাবদ্ধ কৰাৰ বাবে ইংলেণ্ডৰ ফিল্ডিংক কৃতিত্ব দিয়া উচিত। বাটলাৰে ফিল্ডাৰজনক সঠিক স্থানত ৰাখিছিল ঠিক যেনেদৰে বলাৰসকলে লাইন আৰু লেংথৰ সৈতে বল কৰিছিল।  ইংলেণ্ডে পৰিকল্পনা অনুসৰি বলিং  কৰি আৰম্ভণিৰে পৰা ভাৰতক চাপত ৰাখিবলৈ সক্ষম হয়।  
ভাৰতৰ ২০ অভাৰত ১৬৮ ৰানৰ বিপৰীতে ইংলেণ্ডে মাত্ৰ ১৬ অভাৰতে ১৭০ ৰান কৰি বিজয়ৰ হাঁহি মাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক