--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপ চেম্পিয়ন হ’লে বাবৰ আজমবাহিনীয়ে লাভ কৰিব বিশেষ সন্মান। পাকিস্তান ক্ৰিকেট ব’ৰ্ড বা সেই দেশৰ চৰকাৰে নহয়, কিন্তু চৌদি আৰবে এই উদ্গণি প্ৰদান কৰিছে।

পাকিস্তানৰ টি-২০ বিশ্বকাপ দলৰ ক্ৰিকেটাৰসকলৰ বাবে এক বিশেষ ঘোষণা কৰে পাকিস্তানত থকা ছৌদি ৰাষ্ট্ৰদূত নৱাফ বিন ছাইদ আহমেদ আল মালকিয়ে। তেওঁ কয় যে বাবৰ টি-২০ বিশ্বকাপ চেম্পিয়ন হ’লে অহা বছৰ হজৰ সময়ত বিশেষ অতিথিৰ মৰ্যাদা দিয়া হ’ব। দলটোৰ সকলো ক্ৰিকেটাৰে ২০২৫ চনত ছৌদি আৰৱৰ ৰজাৰ অতিথি হিচাপে হজ কৰাৰ সুযোগ লাভ কৰিব।

৩৯ ছেকেণ্ডৰ ভিডিঅ’ বাৰ্তাযোগে ছৌদি ৰাষ্ট্ৰদূতগৰাকীয়ে কয়- ''বিশ্বকাপ জয় কৰিলে পাকিস্তানৰ মানুহে নিশ্চিতভাৱে উদযাপন কৰিব। লগতে পাকিস্তানৰ সমৃদ্ধি আৰু প্ৰগতিৰ বাবে প্ৰাৰ্থনা কৰিছো। যদি টি-২০ বিশ্বকাপ জয় হয় তেন্তে অহা বছৰ পাকিস্তান দলৰ সকলো ক্ৰিকেটাৰে হজৰাজৰ অতিথিৰ মৰ্যাদা লাভ কৰিব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ