--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপৰ বাবে বাকী আছে এসপ্তাহ। শুকুৰবাৰে খেলখনৰ বাবে মন্তব্যকাৰীৰ নাম ঘোষণা কৰে আই চি চিয়ে। তালিকাত ৪১জন লোক আছে। ইয়াৰোপৰি আই পি এলত খেলা ক্ৰিকেটাৰ এজনো আছে।

আইচিচিয়ে দিয়া তালিকাত বিভিন্ন ভাষাৰ মুঠ ৪১টা নাম আছে। দীনেশ কাৰ্তিকো ইয়াত আছে। বৰ্তমানৰ আই পি এলত খেলিছিল। ইলিমিনেটৰত আই পি এলৰ পৰা ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু বাহিৰ হোৱাৰ লগে লগে কাৰ্তিকৰ আই পি এল শেষ হৈছে। ইয়াৰ পিছত তেওঁ মন্তব্যকাৰীৰ তালিকাত স্থান লাভ কৰে।

কাৰ্তিকৰ বাহিৰেও ভাৰতৰ মন্তব্যকাৰীৰ তালিকাত ৰবি শাস্ত্ৰী, সুনীল গাওস্কাৰ, হৰ্ষ ভোগলৰ দৰে ডাঙৰ ডাঙৰ নাম সন্নিবিষ্ট কৰা হৈছে। অষ্ট্ৰেলিয়াৰ বিশ্বকাপৰ দলত অন্তৰ্ভুক্ত নোহোৱা অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথো বিশ্বকাপৰ মন্তব্যকাৰীৰ তালিকাত আছে।

মন্তব্যকাৰীৰ তালিকা— ৰবি শাস্ত্ৰী, নাছেৰ হুছেইন, ইয়ান স্মিথ, মেল জোনছ, হৰ্ষ ভোগলে, ইয়ান বিচপ, দীনেশ কাৰ্তিক, ইবনি ৰেনফৰ্ড-ব্ৰেণ্ট, চেমুৱেল বাদ্ৰী, কাৰ্লোছ ব্ৰেইথৱেইট, ষ্টিভ স্মিথ, এৰন ফিঞ্চ, লিজা ষ্টেলেকাৰ, ৰিকি পণ্টিং, সুনীছ গাওস্কাৰ, মেথিউ হেডেন, ৰমিজ ৰাজা, ইয়ন মৰ্গান, টম মুডী, ৱাছিম ​​আক্ৰাম, জেমছ অ’ব্ৰাইন, ডেল ষ্টেইন, গ্ৰেম স্মিথ, মাইকেল আথাৰটন, ৱাকাৰ ইউনিছ, চাইমন ডাল, শ্বেন পলক, কেটি মাৰ্টিন, পমি বাংগোয়া, নাটালি জাৰ্মানোছ, ডেনি মৰিছন, এলিছন মিচেল, এলান উইলকিন্স, ব্রায়ান মুৰ্গাট্ৰ’ড, মাইক হেছমেন, ইয়ান ৱাৰ্ড, আথাৰ আলী খান, ৰাছেল আৰ্নল্ড, নীল অ’ব্ৰাইন, কাছ নাইডু, ডেৰেন গংগা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ