--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰ সময়ত যদি কোনো এক ডাঙৰ প্ৰত্যাহ্বান আছে, সেয়া হ’ল সুস্থ হৈ জীৱন-যাপন কৰা। ব্যায়াম, খোজ কঢ়া, গ্ৰীণ টি আদিৰ  ওপৰত বেছিভাগ মানুহ আজিকালি নিৰ্ভৰশীল হৈ পৰিছে। কিন্তু কেৱল এয়াই নহয়, আয়ুৰ্বেদত আন বহুতো ঔষধ আছে, যিয়ে পৰিৱৰ্তিত ঋতুত আপোনাৰ স্বাস্থ্যৰ যত্ন ল’ব পাৰে। তেনে এটা উপায় হ’ল তিয়াই থোৱা খেজুৰ সেৱন কৰা। হয়, শুকান খেজুৰতকৈ তিয়াই থোৱা খেজুৰ সেৱন কৰাটো অধিক উপকাৰী। তিয়াই থোৱা খেজুৰ খোৱাৰ ১৫ টা উপকাৰিতাৰ বিষয়ে জানি লওক। এই কথা জানিলে আপুনিও আপোনাৰ ৰুটিনত তিয়াই থোৱা খেজুৰ যোগ কৰিব। 

তিয়াই থোৱা খেজুৰ খোৱাৰ উপকাৰিতা

১) কোষ্ঠকাঠিন্য ৰোধ কৰে।

২) হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে।

৩) তিয়াই থোৱা খেজুৰে কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

৪) হাড়ৰ স্বাস্থ্য উন্নত কৰে।

৫) ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

৬) পুৰুষ আৰু মহিলা উভয়ৰে যৌনশক্তি বৃদ্ধি কৰে।

৭) মানসিক স্বাস্থ্য উন্নত কৰে।

৮) ভাগৰ দূৰ কৰে।

৯) ৰক্তহীনতা দূৰ কৰে।

১০) ক্ষীণ মানুহৰ ওজন বৃদ্ধি সহায় কৰে।

১১) পাইলছৰ সমস্যাৰ পৰা সকাহ দিয়ে।

১২) বিষ কমায়।

১৩) গৰ্ভাৱস্থাতো খেজুৰ খালে উপকাৰী।

১৪) ছাল আৰু চুলিৰ বাবে উত্তম।

১৫) পেট চাফা কৰে।

খেজুৰ খোৱাৰ সৰ্বোত্তম সময়:
১) ৰাতিপুৱা খালী পেট।
২) সন্ধিয়া জলপানৰ ৰূপত।
৩) যেতিয়াই মিঠাই খাবলৈ মন যায়।
৪) যদি ওজন বৃদ্ধি কৰিব বিচাৰে তেন্তে ৰাতি শোৱাৰ সময়ত ঘিউৰ লগত খেজুৰ খাব লাগে।

এবাৰত কিমান খেজুৰ খাব লাগে?

যদি আপুনি খেজুৰ খাবলৈ আৰম্ভ কৰিব বিচাৰে, তেন্তে মাত্ৰ ২ টা খেজুৰ খাবলৈ আৰম্ভ কৰক। কিন্তু ওজন বৃদ্ধি কৰিব বিচাৰিলে দৈনিক ৪ টা খেজুৰো খাব পাৰে।

শিশুৰ স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে খেজুৰ উত্তম। কম ওজন আৰু কম হিম’গ্লবিন (আইৰণ) থকা লোকসকলে দিনটোত এটা খেজুৰ খালে অতি উপকাৰী। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক