--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ মেঘালয়ত প্ৱেশ কৰা অসমৰ বহু গাড়ীত ৰাজ্যখনৰ স্থানীয় একাংশ লোকে ধন দাবীকে ধৰি নানান ধৰণে। অত্যাচাৰ চলোৱাৰ অভিযোগ উঠি আহিছে।   মেঘালয়ত  পৰ্যটনৰ ক্ষেত্ৰত বিখ্যাত এক স্থান। 

 বিশেষকৈ গৰমৰ বন্ধত মেঘালয়লৈ অসমৰ পৰা বহু লোক যায়।  মেঘালয় চৰকাৰে পৰ্যটনৰ  পৰাই যথেষ্ট টকা সংগ্ৰহ কৰি আছে । ইমানৰ পিছতো একাংশ লোকে মেঘালয়ত অসমৰ লোকক মেঘালয়ত প্ৰৱেশ কৰাত বাধা দিয়াত বহুতে বাধা দিছে । বৰ্তমান যিটো ঘটনা হৈছে সেয়া কোনো কাৰণত মানি লোৱা নহ’ব  বুলি আছুৰ শংকৰ জ্যোতি বৰুৱাই স্পষ্ট কৰি দিছে। তেওঁ কয় যে শ্বহীদ ন‍্যাস ভৱনত ইতিমধ্যে আমি টুৰিষ্ট সকলৰ লগত কথা পাতিছোঁ। অসমৰ ৰাইজে এই কেইটা দিন যাতে মেঘালয়লৈ  নাযায় তাৰ বাবেও আহ্বান জনায় ছাত্ৰ নেতাজনে।  

তেওঁ লগতে কয় যে আমি স্পষ্ট ভাৱে মেঘালয় চৰকাৰক জনাই দিছোঁ যাতে এনেকুৱা সংঘাতৰ পৰিৱেশ নহয় সেই বিষয়ত গুৰুত্ব । মেঘালয় চৰকাৰ কঠোৰ হব লাগে যাতে এনেকুৱা ঘটনা নহয় । খাচি ছাত্ৰ সন্থাই এই সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিছে। এই বাধা শাম কাটিব লাগে বুলি মেঘালয় চৰকাৰৰ সৈতে কথা পাতিছে খাচি ছাত্ৰ সন্থাই বুলিও তেওঁ কয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ