--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীত এইবাৰ হত্যাৰ বলি হ’ল অসমৰ  এগৰাকী যুৱতী। কাছাৰৰ এগৰাকী যুৱতীক দিল্লীত অতি নৃশংসভাবে হত্যা কৰে। দিল্লীৰ দোৱাৰকাৰ পচানপুৰ কল’নিৰ এটা ফ্লেটৰ পৰা  উদ্ধাৰ কৰা হৈছে কাছাৰৰ চিবিটাবিছিয়াৰ স্নেহা নাথ চৌধুৰীৰ ৰক্তাক্ত মৃতদেহ । 

স্নেহা চৌধুৰী এখন  জিমৰ প্ৰশিক্ষক আছিল । জানিব পৰা মতে ৰাজ নামৰ এগৰাকী যুবকৰ লগতে আছিল তেওঁৰ সম্পৰ্ক।  ৰাজৰ লগত কিছুদিনৰ পৰা বিবাদ চলি থকাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ।সন্দেহ কৰা অনুসৰি যোৱা নিশা ফ্লেটলৈ গৈ ৰাজেই হত্যা কৰিলে স্নেহাক। দিল্লী আৰক্ষীয়ে ৰাজক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত ৰাজৰ ঘৰ ক’ত সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ