--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটাৰ পিছত আনটো বিপৰ্যয়ে লগ এৰা নাই টুইটাৰক৷ টুইটাৰৰ স্বত্বাধিকাৰী ইলন মাস্কে শেহতীয়াকৈ ছিংগাপুৰত টুইটাৰৰ মুখ্য কাৰ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিছিল। অনুমান কৰা হৈছিল যে ইলনে মালিকীস্বত্ব লোৱাৰ পিছত, মাইক্ৰ'ব্লগিং ছাইট টুইটাৰে লাভৰ মুখ দেখা নাই!

সংবাদ সংস্থা ৰয়টাৰৰ মতে টুইটাৰৰ ৰাজহ এবছৰত প্ৰায় ৪০ শতাংশ হ্ৰাস পাইছে!  ৰয়টাৰে এই বিষয়ে টুইটো কৰিছে। ইলন মাস্কৰ বৃহৎ ঋণ যিটো পৰিশোধ কৰাৰ কথা আছিল এতিয়াও পৰিশোধ কৰা হোৱা নাই। ইয়াৰ আগতে, টুইটাৰৰ ৰাজহ হ্ৰাস হোৱাৰ বাতৰিক লৈ বহুতো টুইটাৰ কৰ্মচাৰী চিন্তিত হৈ পৰিছে।

ইলনে  ছিংগাপুৰত টুইটাৰৰ মুখ্য কাৰ্যালয় বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ লগে লগে নানা আশংকাই গা কৰি উঠিছে। লগতে ছিংগাৰপুৰৰ কৰ্মচাৰীসকলকো ঘৰৰ পৰা কাম কৰিবলৈ নিৰ্দেশ দিয়া হয়। প্ৰশ্ন হয় যে এছিয়াত টুইটাৰৰ মুখ্য কাৰ্যালয় বন্ধ হোৱাৰ পথত আছে নেকি? অৱশ্যে,এইক্ষেত্ৰত  টুইটাৰৰ পৰা কোনো ধৰণৰ প্ৰত্যুত্তৰ  পোৱা নাই।  খৰখেদাকৈ কাৰ্যালয় এৰি যোৱাৰ জাননী দিয়া ফলত  বিপদত পৰিছে  কৰ্মচাৰীসকলো ৷ ইলনে মালিকীস্বত্ব লোৱাৰ পিছত, মাইক্ৰ'ব্লগিং ছাইটটোৱে লাভ দেখা নাই নেকি? সংবাদ সংস্থাৰ টুইটে প্ৰমাণ কৰে যে এই অনুমান অতি সঁচা।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক