--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টুইটাৰৰ মুৰব্বী তথা মাইক্ৰ’ব্লগিং চাইটত সৰ্বাধিক অনুসৰণ কৰা ব্যক্তি ইলন মাস্কে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অনুসৰণ কৰিবলৈ আৰম্ভ কৰিছে।এই কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে কাৰণ মাস্কৰ ১৩৪ মিলিয়নতকৈ অধিক অনুগামী আছে যদিও তেওঁ মাত্ৰ ১৯৫টা একাউণ্টহে অনুসৰণ কৰে।

টুইটাৰত ইলন মাস্কে অনুসৰণ কৰা একাউণ্টৰ তালিকাৰ স্ক্ৰীণগ্ৰেবত দেখা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অফিচিয়েল একাউণ্ট। 

ইলন মাস্কে অনুসৰণ কৰা ভাৰতীয় মূলৰ আন উল্লেখযোগ্য লোকসকলৰ ভিতৰত আছে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনক আৰু মাইক্ৰ’ছফ্টৰ চিইঅ’ সত্য নাডেলা।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস