--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ থাইৰয়ডৰ হৈছে এনে এক সমস্যা য’ত যি আজিকালি সকলোৰে মুখে মুখে শুনা যায়। শৰীৰত আয়ডিনৰ অভাৱৰ ফলতেই এই সমস্যা হয়। সাধাৰণতে মহিলাসকলৰ ক্ষেত্ৰত এই সমস্যা অধিক হোৱা দেখা যায়। এনে পৰিস্থিতিত মহিলাৰ ওজন বৃদ্ধি হ'বলৈ আৰম্ভ কৰে আৰু শৰীৰ দুৰ্বল হৈ ব্যক্তিজন ৰোগত আক্ৰান্ত হয়। তুলসী আৰু এলোভেৰা মিশ্ৰণে নিয়ন্ত্ৰণত ৰাখে থাইৰয়ড, জানো আহক কেনেকৈ? উল্লেখ্য যে, তুলসীপাতে এনে থাইৰয়ডৰ সমস্যা নিয়ন্ত্ৰণত ৰাখে বুলি প্ৰমাণিত হৈছে। ইয়াৰ উপৰি তুলসী আৰু এলোভেৰা ব্যৱহাৰ কৰিলেও এই ৰোগ হ্ৰাস কৰিব পাৰি। গতিকে এই দুয়োটা ব্যৱহাৰ কৰিলে থাইৰয়ডৰ সমস্যা সমাধানত সুফল পাব পাৰি। বিশ্বাস কৰা হয় যে যদি তুলসীপাতেৰে শৰীৰৰ বিভিন্ন ৰোগৰ চিকিৎসা কৰাৰ লগতে থাইৰয়ডৰ সমস্যা পৰাও সকাহ পাব পাৰি। তুলসীপাতত এণ্টি-বেক্টেৰিয়া, এণ্টি-ভাইৰেল আৰু এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টি-ফাংগাল গুণ থাকে, যি থাইৰয়ডৰ সমস্যা আঁতৰ কৰাত অতি কাৰ্যকৰী বুলি প্ৰমাণিত হয়। থাইৰয়ডৰ পৰা পৰিত্ৰাণ পাবলৈ তুলসীপাতৰ ৰস উলিয়াওক আৰু ইয়াক এক চামুচ এলোভেৰা ৰসৰ সৈতে মিহলি কৰি সেৱন কৰক। এনে কৰিলে থাইৰয়ড নিয়ন্ত্ৰণত থাকিব। লগতে ৰঙা চাহত তুলসী পাত দি সেৱন কৰিলেও থাইৰয়ড নিয়ন্ত্ৰণত থাকে। new pca banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ