--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত পুনৰ বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। বহু নতুন ৰোগী চিনাক্ত কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ আপিল আৰু উচ্চ ন্যায়ালয়ৰ বিভাগৰ ১২ জন ন্যায়াধীশ এইবাৰ কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

সোমবাৰে আপীল বিভাগৰ কাৰ্য্যবিধি চলোৱাৰ সময়ত এই তথ্য প্ৰদান কৰে মুখ্য ন্যায়াধীশ হাছান ফায়েজ ছিদ্দিকিয়ে।

কৰ’নাত আক্ৰান্ত হোৱা ১২ জন ন্যায়াধীশৰ বাবে ন্যায়ালয়ৰ পৰিচালনা কঠিন হৈ পৰিছে বুলি উল্লেখ কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে। তেওঁ আদালত চলোৱাত সকলো অধিবক্তাৰ সহযোগিতা আহ্বান জনায়।

জানিব পৰা মতে, আপীল সংমণ্ডলৰ ন্যায়াধীশ এম এনায়েতুৰ ৰহিম, উচ্চ ন্যায়ালয় সংমণ্ডলৰ ন্যায়াধীশ ৰাজিক আল জলীল, ন্যায়াধীশ মহম্মদ ইকবাল কবীৰকে ধৰি ১২ জন ন্যায়াধীশ কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি