--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰীড়া আৰু মনোৰঞ্জনৰ জগতখনৰ অন্যতম শক্তিশালী দম্পতী বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা৷ অনুৰাগীৰ প্ৰিয় দম্পতীৰ খ্যাতি আৰু বয়সৰ লগে লগে দম্পতীহালৰ সম্পত্তিও বাঢ়ি গ’ল৷দুয়োৰে আছে মুম্বাইত ৰাজপ্ৰসাদ সদৃশ এপাৰ্টমেণ্ট, দিল্লীৰ বাংলোৰ উপৰিও আলিবাগত আছে তেওঁলোকৰ এটা দামী ফাৰ্ম হাউচ৷


মুম্বাইৰ ৱৰ্লিৰ ৰয়েল হাউছিং কমপ্লেক্সৰ টাৱাৰ চিৰ ৩৫ নং মহলাত থকা বিৰুষ্কাৰ ফ্লেট। জনা যায় যে তেওঁলোকে এই এপাৰ্টমেণ্টটো ৩৪ কোটি টকাত কিনিছিল কেতিয়াবা ইনষ্টাগ্ৰামত ইণ্টেৰিয়ৰ ছবি শ্বেয়াৰ কৰে৷

ফ্লেটটোত টেলিভিছন চেটটো ৰখা ঠাইখনলৈ চালে চিনেমা হল বা থিয়েটাৰ যেন লাগে তাৰকা দম্পতীয়ে তাত বহি চিনেমা বা ৱেব চিৰিজ উপভোগ কৰে৷

এপাৰ্টমেণ্টটোৰ প্ৰতিটো চুকতে মনোমোহিত কৰা সৌন্দৰ্য আৰু আড়ম্বৰেৰে ভৰি আছে কিন্তু ক’তো অতিৰিক্ততাৰ এটোপালো নাই পৰিশোধিত ৰুচিৰ চাপ নাই৷

২০১৩ চনত শ্বেম্পুৰ বিজ্ঞাপনৰ কাম কৰি থকাৰ সময়তে বিৰাট আৰু অনুষ্কাৰে প্ৰথম কথা পাতিছিল গোপনে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰাৰ পিছত অৱশেষত ২০১৭ চনত বিবাহপাশত আবদ্ধ হয় ইটালীত অনুষ্ঠিত হৈছিল ডেষ্টিনছন ৱেডিং দুয়ো এতিয়া মাত্ৰ কন্যা ভামিকাক লৈ তেওঁলোকৰ এটা পূৰ্ণ পৰিয়াল আছে৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ