--°C
Loading...
Listen to Article
2 min read
80%

শিৱসাগৰ : থাওৰা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত হৈ উঠিছে । কেন্দ্ৰীয় মন্ত্ৰী , সাংসদ, ৰাজ্যৰ তিনি জন প্ৰভাৱশালী মন্ত্ৰী , ৯ জন বিধায়ক আৰু দলৰ নেতা কৰ্মীৰে শাসক দল বিজেপিয়ে সুশান্ত বৰগোহাঁই জয়ী কৰিবলৈ উঠি পৰি লাগিছে।

ইপিনে উপ-নিৰ্বাচনৰ যুঁজত পাছ পৰি ৰোৱা নাই নিৰ্দলীয় প্ৰাৰ্থী লোহিত গোৱালাও৷ নিৰ্বাচনী প্ৰচাৰে সমষ্টিৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে লোহিত গোৱালা। কেতিয়াবা চাইকেলেৰে প্ৰচাৰ অভিযান চলাই আৰু কেতিয়াবা দেহৰক্ষী লৈ মটৰচাইকেলেৰে প্ৰচাৰ অভিযানত ব্যস্ত লোহিত গোৱালা।

নিৰ্দলীয় প্ৰাৰ্থী লোহিত গোৱালাই ৫০ হাজাৰ ভোটত উপ নিৰ্বাচনত জয়ী হ'ব বুলি দাবী কৰে। ইপিনে সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰেও সমান্তৰালকৈ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে৷ কোঁৱৰৰ হৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে প্ৰচাৰৰ নেতৃত্ব দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ