--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সমাগত ৰাজ্যৰ উপনিৰ্বাচন৷ ৰাজনৈতিক দলসমূহে তুংগত উঠাইছে নিৰ্বাচনী প্ৰচাৰ৷ এনেসময়তে অসম প্ৰদেশ কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ৷ যাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ নিৰ্বাচনী আয়োগে এক জাননী প্ৰেৰণ কৰে৷

কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত আয়োগৰ জাননী প্ৰেৰণ কৰা হয় মুখ্যমন্ত্ৰীলৈ৷ জানিব পৰা মতে, মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ৷ নিৰ্বাচনী সভাত চৰকাৰী আঁচনি ঘোষণাৰো অভিযোগ উত্থাপন কৰে কংগ্ৰেছে৷

কংগ্ৰেছৰ এই অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগিব বুলিও উল্লেখ কৰে জাননীখনত৷ মঙলবাৰে আবেলি ৫ বজাৰ ভিতৰত মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ দিব লাগিব বুলি জাননীখনত অবিহিত কৰা হয়


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ