--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশ বিধান সভাই এক নতুন নিয়ম গৃহীত কৰিবলৈ   কৰিবলৈ সাজু হৈছে।  তেনে নিয়মৰ ভিতৰত বিধানসভাৰ  সদস্যসকলে তেওঁলোকৰ মোবাইল ফোন সদনৰ ভিতৰত লৈ যাব নোৱাৰিব, নথিপত্ৰ ফালিব নোৱাৰিব বা অধ্যক্ষৰ ফালে পিঠি দি থিয় বা বহিব নোৱাৰিব। এই বিধেয়ক  গৃহীত হোৱাৰ পিছত উত্তৰ প্ৰদেশ বিধান সভাৰ  ২০২৩ -ৰ প্ৰক্ৰিয়া আৰু ব্যৱসায় পৰিচালনাৰ নিয়মাৱলীয়ে  উত্তৰ প্ৰদেশ বিধান সভা, ১৯৫৮ -ৰ প্ৰক্ৰিয়া আৰু ব্যৱসায় পৰিচালনাৰ নিয়মাৱলীৰ ঠাই ল’ব।  

"নতুন নিয়মটোকলৈ বিধেয়ক এখন  সোমবাৰে উত্থাপন কৰা হৈছিল। এই সন্দৰ্ভত আলোচনা বুধবাৰে অনুষ্ঠিত হ'ব আৰু পৰৱৰ্তী সময়ত, ইয়াক গৃহীত কৰা হ'ব," উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ সতীশ মহানাই কয়। ।

নতুন নিয়মৰ অধীনত বিধায়কসকলে সদনত কোনো নথি পত্ৰ ছিঙিব নোৱাৰিব। তেওঁলোকে ভাষণ দিয়াৰ সময়ত গেলেৰীত থকা কাৰো ফালে আঙুলি টোৱাব নোৱাৰিব । বিধায়কসকলে অধ্যক্ষৰ ফালে পিঠি দি থিয় হ'ব বা বহিব নোৱাৰিব। তেওঁলোকে সদনত অস্ত্ৰ আনিব বা প্ৰদৰ্শন কৰিব নোৱাৰিব।সদস্যসকলে ধূমপান কৰিব নোৱাৰিব বা লবীত জোৰেৰে কথা পাতিব অথবা  হাঁহিব নোৱাৰিব।

নতুন নিয়ম অনুসৰি, ৰাজ্যিক বিধানসভাৰ অধিৱেশন আহ্বান কৰাৰ ম্যাদ বৰ্তমানৰ ১৪ দিনৰ পৰা আধাৰ পৰা সাত দিনলৈ হ্ৰাস কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস