--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল স্কেলঃ ৰূপে-গুণে আগবঢ়া এগৰাকী ব্ৰাজিলিয়ান মডেল। মোহময়ী মুখ আৰু লয়লাস শৰীৰৰ ভংগীমাই নিদ্ৰা হৰণ কৰিছে অনেক পুৰুষৰ। নাম তেওঁৰ- ডেনিছ ৰ’ছা (Denise Rocha)। মডেলিঙৰ উপৰিও তেওঁ এগৰাকী মূলতঃ উকিল। উকালতি নকৰাৰ সময়ছোৱাত তেওঁ মডেলিং কৰে।

ইতিমধ্যে সামাজিক মাধ্যমত ডেনিছৰ আবেদনময়ী ফটোবোৰে ধুমুহাৰ সৃষ্টি কৰিছে। ৩৯ বৰ্ষীয় এই মডেলগৰাকীয়ে ব্ৰাজিলৰ এটা টিভি শ্ব’টো ভাগ লৈছিল। ২০১২ চনৰ ছেপ্তেম্বৰ মাহত ডেনিছৰ ফটোশ্বুট প্ৰকাশ পায় বিখ্যাত প্লে’বয় মেগাজিনত।

ডেনিছক 'চিপিআই হাৰিকেন’ নামেৰও জনা যায়। ইতিমধ্যে বহু পুৰষৰ দেহ-মনত জুই লগাইছে ডেনিছে। বহু পুৰুষৰ বাবে তেওঁ সপোনৰ পৰী। কিন্তু কেনেকুৱা ধৰণৰ পুৰুষৰ সংগ কামনা কৰে ডেনিছে? শেহতীয়ীকৈ প্ৰকাশ কৰিছে এই বিষয়ে।

ডেনিছে কয় যে তেওঁ বুদ্ধি-বৃত্তিত আগৰণুৱা সপ্ৰতীভ লোকসকলক পচন্দ কৰে। কিন্তু পুৰুষে তেওঁক কেৱল দেখিবলৈ ধুনীয়া বাবেহে চায় বুলি আক্ষেপ কৰে। নিজকে চেপিঅ’চেস্কুৱেল (sapiosexual) আখ্যা দিয়ে। অৰ্থাৎ তেওঁৰ পচন্দ হৈছে বৌদ্ধিক আৰু সপ্ৰতীভ পুৰুষ।

ডেনিছে কয়- ''যেতিয়া কোনো এটা বিষয়ত আধিপত্য বিস্তাৰ কৰা আৰু কঠিন বিষয়সমূহত কথা ক’ব পৰা পুৰুষ লগ পাওঁ, তেতিয়া মই উৎসাহী হৈ পৰো।’’

পুৰুষৰ আকৰ্ষণীয় শৰীৰতকৈ মগজুক আগস্থান দিয়ে বুলি তেওঁ মতপ্ৰকাশ কৰে। কয়- ''বুদ্ধি-বৃত্তি নথকা লোকসকলে মোক আকৰ্ষণ কৰিব নোৱাৰে।’’

উল্লেখ্য যে ডেনিছে এবাৰ নগ্ন ফটোশ্বুটো কৰিছিল। ইয়াৰ বিনিময়ত তেওঁ ভাৰতীয় মূল্যত ৮২ লাখতকৈও অধিক টকা লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ