--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফাখৰ এ আলমে মহেন্দ্ৰ সিং ধোনীক পাকিস্তানলৈ নিমন্ত্ৰণ জনাইছে। তেওঁ সেই দেশৰ এজন জনপ্ৰিয় টেলিভিছন উপস্থাপক। আলমে গম পায় যে পাকিস্তানী খাদ্য ধোনিৰ প্ৰিয়। সেইবাবেই তেওঁ ধোনীক নিমন্ত্ৰণ কৰিছিল।

শেহতীয়াকৈ ধোনিৰ এটা ভিডিঅ’ মুকলি কৰা হৈছে। তাত তেওঁ কোৱা শুনা যায়, "পাকিস্তানৰ খাদ্য খাবলৈ সেই দেশলৈ যাব লাগে। তাৰ খাদ্য খাবলৈ বৰ ভাল।'' এই ভিডিঅ'টোৰ পিছত ধোনীক আলমে নিমন্ত্ৰণ জনায়।

ছচিয়েল মিডিয়াত ধোনীক নিমন্ত্ৰণ কৰি লিখিছে, "ধোনি ভাই তুমি মোৰ হৃদয় জয় কৰিলা। আমাৰ শ্ব' 'পেভিলিয়ন'লৈ তুমি আহিব লাগে বুলি মই ভাবো। কেৱল ক্ৰিকেটৰ বাবেই নহয়, ভাল খাদ্য খোৱাৰ বাবেও।''

পাকিস্তানৰ জনপ্ৰিয় টেলিভিছন শ্ব’ হৈছে ‘পেভিলিয়ন’। পাকিস্তানৰ চাৰিগৰাকী অধিনায়ক ৱাছিম ​​আক্ৰাম, শ্বোয়াইব মালিক, ম’ইন খান আৰু মিছবাহ উল হকক তাত অতিথি হিচাপে দেখা গৈছিল। ভাৰতত অনুষ্ঠিত একদিনীয়া বিশ্বকাপৰ সময়ত এই অনুষ্ঠানটো যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement