--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ভাৰত আৰু পাকিস্তানৰ সীমা কি? ইয়াৰ দৈৰ্ঘ্য কিমান? দ্বাদশ শ্ৰেণীৰ ছাত্ৰী এগৰাকীৰ উত্তৰত ছ’চিয়েল মিডিয়াত হাঁহিৰ খোৰাক যোগাইছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে হিন্দী ভাষাত ৰাজনীতি বিজ্ঞানৰ উত্তৰ বহীৰ এখন ছবি। উত্তৰ বহীত কিছু মাহ পূৰ্বে সংবাদ মাধ্যমত চৰ্চা হোৱা সীমা হাইদৰৰ বিষয়ে দেখা গ’ল। দ্বাদশ শ্ৰেণীৰ এজন ছাত্ৰই উত্তৰ বহীত লিখিছে, ভাৰত-পাকিস্তানৰ মাজত সীমা হাইদৰ আছে, যাৰ উচ্চতা ৫ ফুট ৬ ইঞ্চি।

সীমান্তৰ অৰ্থ হিন্দীত ‘সীমা’। প্ৰশ্নত সোধা হৈছিল- ভাৰত আৰু পাকিস্তানৰ মাজত কি ‘সীমা’ আছে? ইয়াৰ উত্তৰত ৰাজস্থানৰ বাছেৰীৰ বাগথা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰজনে হাইদৰৰ কথা লিখি দিয়ে।

উল্লেখ্য যে কেইমাহমানৰ আগতে পাকিস্তানৰ সীমা হাইদৰে ভাৰতীয় প্ৰেমিকৰ সহায়ত সীমান্ত পাৰ হৈ ভাৰতত প্ৰৱেশ কৰিছিল। কেইবাদিনো তেওঁক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়া আৰু প্ৰেছ দুয়োটাই উন্মাদনাত ডুব গৈছিল।  তাৰেই প্ৰভাৱ পৰিল ছাত্ৰজনৰ ওপৰত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক