--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এদিনীয়া বিশ্বকাপত সৰ্বাধিক ছয়ৰ অভিলেখ গঢ়িলে ৰোহিত শৰ্মাই। ক্ৰীছ গেইলক এইক্ষেত্ৰত উফৰাই দিয়ে ৰোহিতে। ৱানখেডেত নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপৰ ছেমি ফাইনেলত ৰোহিতে অভিলেখ গঢ়ে। মুম্বাই তেওঁৰ ঘৰুৱা খেলপথাৰ। তাতে ৰোহিতে অভিলেখ গঢ়িলে।

বিশ্বকাপত এতিয়ালৈকে সৰ্বাধিক ছয়ৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে গেইলে। কেৰিবিয়ান বেটছমেনগৰাকীয়ে এদিনীয়া বিশ্বকাপত ৪৯টা ছয় কৰে। ৰোহিতে তেওঁক অতিক্ৰম কৰে৷ ফলত ২৭ ইনিংছত ৫১টা ছয় মৰাৰ অভিলেখ এতিয়া ৰোহিতৰ হাতত৷

বুধবাৰে ৰোহিতে চাৰিটা ছয় মাৰে। তেওঁৰ ৪৭ ৰানৰ ইনিংছত চাৰিটা ছয় আছিল। তাৰ ভিতৰত ৰোহিতে তৃতীয় ছয়ৰ অভিলেখ ভংগ কৰে। ৰোহিতে ৪.২ অভাৰত বিশ্বকাপত নিজৰ ৫০ সংখ্যক ছয় কৰে। 

বিশ্বকাপত সৰ্বাধিক ছয়ৰ তালিকাত গেইলৰ পিছতে আছে গ্লেন মেক্সৱেল। এইবাৰ বিশ্বকাপত দ্বৈত শতক অৰ্জন কৰা অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰগৰাকীয়ে বিশ্বকাপত ৪৩টা ছয় অৰ্জন কৰিছে। দক্ষিণ আফ্ৰিকাৰ এ বি ডি ভিলিয়াৰ্ছে ৩৭টা ছয় মাৰে। ডেভিদ ৱাৰ্নাৰেও ৩৭টা ছয় মাৰে। ৱাৰ্নাৰৰ বাবে ৰোহিতক স্পৰ্শ কৰাটো অতি কঠিন। কিন্তু মেক্সৱেলে ৰোহিতক প্ৰত্যাহ্বান জনাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক