--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মুথায়া মুৰুলিধৰণ, গ্লেন মেক্সৱেল, শ্ব’ন টেইট, ছোৱেইব মালিকৰ দৰে তাৰকাৰ পাছত এইবাৰ কাগিছ’ ৰাবাডা। ভাৰতৰ জোঁৱাই হ’বলৈ ওলাইছে দক্ষিণ আফ্ৰিকাৰ স্পীডষ্টাৰজন।

টি-২০ বিশ্বকাপৰ পূৰ্বে সেয়ে ভাৰতত থকা তেওঁৰ প্ৰেয়সী আৰজে কৰিশ্মা তথা ভাবী শহুৰেকৰ ঘৰত উপস্থিতি হয় আৰু ভাবৰ আদান-প্ৰদান কৰে। কিন্তু শহুৰৰ ঘৰত উপস্থিত হৈয়েই নাৰ্ভাছ হৈ পৰাৰ উপক্ৰম হৈছিল খেলপথাৰত বাঘা বাঘা বেটাৰৰ সন্ত্ৰাসৰ কাৰণ হৈ পৰা ৰাবাডা।

সামাজিক মাধ্যমত দিয়া এটা প’ষ্টত দেখা গৈছে প্ৰেয়সী কৰিশ্মাক লগত লৈ ভাবী শহুৰেকৰ আগত কৰজোৰে নিবেদন জনাইছে ৰাবাডাই। স্পীডষ্টাৰগৰাকীয়ে হিন্দীত এইদৰে কোৱা শুনা গৈছে- “নমস্তে! মই আপোনালোকৰ পৰিয়ালক লগ পাই ধন্য হৈ পৰিছো।”

ৰাবাডাই হিন্দীত কথাখিনি ক’লেও তেওঁৰ মুখত হিন্দী সলসলীয়াকৈ ফুটা নাই। ধন্য শব্দটো উচ্চাৰণ তেওঁ ধনিয়া হিচাপে কৰিছে- “মে আপকে পৰিবাৰ ক’ পাকে ধনিয়া হ’ গেয়া হু’।

আৰু বহুকেইটা হিন্দী শব্দ তেওঁ ভুলকৈ উচ্চাৰণ কৰিছে। যেনে-  সেইসমূহ প্ৰেয়সী কৰিশ্মাই সংশোধন কৰি দিয়া ভিডিঅ’টোত দেখা গৈছে। ৰাবাডাৰ এই বিনয়ী আচৰণে মুগ্ধ কৰে সকলোকে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক