--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাটাৰত মৃত্যুদণ্ড দিয়া হৈছে ভাৰতীয় নৌসেনাৰ আঠজন প্ৰাক্তন বিষয়াক৷ এবছৰধৰি বন্দী হৈ থকা ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়াকেইগৰাকীক বৃহস্পতিবাৰে মৃত্যুদণ্ড দিয়া হয়।

ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এই ৰায়ত শোকপ্ৰকাশ কৰি কয় যে তেওঁলোকে সকলো আইনী বিকল্পৰ সন্ধান কৰি আছে। মন্ত্ৰণালয়ে লগতে কয় যে কেন্দ্ৰই কূটনৈতিক আৰু আইনী সহায় অব্যাহত ৰাখিব৷ 

২০২২ৰ আগষ্টত কোনো অভিযোগ অবিহনে আটক কৰা আঠজন প্ৰাক্তন নৌসেনা বিষয়াই কাটাৰৰ সশস্ত্ৰ বাহিনীক প্ৰশিক্ষণ আৰু সম্পৰ্কিত সেৱা প্ৰদান কৰা এটা ব্যক্তিগত প্ৰতিষ্ঠান - দাহৰা গ্লোবেল টেকন'লজিছ এণ্ড কনচাল্টেন্সি চাৰ্ভিচেছৰ বাবে কাম কৰি আছিল। 

প্ৰকাশিত খবৰ অনুসৰি তেওঁলোকৰ বিৰুদ্ধে চোৰাংচোৱাৰ অভিযোগ আৰোপ কৰা হৈছিল। জামিনৰ আবেদন এবছৰৰ ভিতৰত কেইবাবাৰো নাকচ কৰা হৈছিল। এতিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে লগতে কৈছে যে কাৰ্যক্ৰমৰ গোপনীয়তাৰ বাবে, এই পৰ্যায়ত আৰু কোনো মন্তব্য কৰা উচিত নহ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা