--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় পুৰুষসকলে মোবাইলত বাৰু বেছিকৈ কি ছাৰ্চ কৰে? কভাৰেছন মিডিয়া প্লেটফৰ্ম বাবল এআইয়ে স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ ওপৰত এক নতুন গৱেষণা কৰিছে। এই গৱেষণা প্ৰায় ৮.৫ কোটি পুৰুষ-মহিলাৰ ওপৰত কৰা হৈছিল। গৱেষণাৰ ফলত পোহৰলৈ আহিছে যে তেওঁলোকে নিজৰ এণ্ড্ৰইড স্মাৰ্টফোনত কেনেধৰণৰ ভিডিঅ’ বেছিকৈ চায় বা তেওঁলোকে কি বেছিকৈ ছাৰ্চ কৰে আৰু কেনেধৰণৰ এপ ভাল পায়?

বাবল এআইৰ প্ৰতিবেদন অনুসৰি ২০২১ চনৰ তুলনাত ২০২২ চনত ভাৰতীয়সকলে স্মাৰ্টফোনত ৫০ শতাংশ বেছি সময় কটায়। অৰ্থাৎ সামগ্ৰিকভাৱে মোবাইল ফোনত সময় নষ্ট কৰাৰ ধাৰা বৃদ্ধি পাইছে।

গৱেষণাৰ মতে ভাৰতীয় পুৰুষে স্মাৰ্টফোনত সৰ্বাধিক গেমিং এপ ব্যৱহাৰ কৰে। আনহাতে, গেমিং এপৰ ​​প্ৰতি মহিলাৰ আগ্ৰহ কম। দেখা গ’ল যে মাত্ৰ ৬.১ শতাংশ মহিলাইহে গেমিং এপ্লিকেচন ব্যৱহাৰ কৰে।

ছ’চিয়েল মিডিয়া আৰু মেছেজিং এপত মহিলাসকল অতি সক্ৰিয়। তেওঁলোকে গেমিং এপ ভাল নাপায়। এই অধ্যয়ন অনুসৰি ভিডিঅ’ এপ্লিকেচন ব্যৱহাৰকাৰীৰ ২১.৭ শতাংশ মহিলা। খাদ্য সম্পৰ্কীয় এপ ব্যৱহাৰ কৰা ২৩.৫ শতাংশই মহিলা।

প্ৰতিবেদন অনুসৰি পেমেণ্ট এপত মহিলাৰ অংশগ্ৰহণ ১১.৩ শতাংশ আৰু ক্ৰীড়া এপত ৬.১ শতাংশ।

তথ্য অনুসৰি বেছিভাগ ভাৰতীয় পুৰুষে গেমিং এপ্লিকেচন ব্যৱহাৰ কৰাটো পছন্দ কৰে আৰু নাৰীয়ে পছন্দ কৰে খাদ্য আৰু মেছেজিং এপ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা