--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতীয় সংগীত শিল্পী এ আৰ ৰহমানৰ খ্যাতি কেৱল ভাৰততে সীমাবদ্ধ হৈ থকা নাই৷ এইজন শিল্পীয়ে ভাৰতলৈ যথেষ্ট  সন্মান কঢ়িয়াই আনিছে৷ বৰ্তমান  কানাডাৰ এটা পথৰ নাম ৰখা ৰহমানৰ নামেৰে ৷  তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ  বাবে উক্ত পথটোৰ নাম এনেদৰে ৰখা হৈছে৷ এই পথটো আছে  কানাডাৰ মাৰ্খাম চহৰত ৷ 

 ইয়াৰ পূৰ্বেও ২০১৩ চনত ৰহমানক একে ধৰণৰ সন্মান প্ৰদান কৰা হৈছিল। এনেদৰে নিজৰ নামেৰে পথৰ নামাকৰণক লৈ যথেষ্ট উৎফুল্লিত হৈ পৰিছে সংগীত শিল্পীজন। ইয়াৰ জৰিয়তে সংগীতৰ প্ৰতি  তেওঁ অধিক দায়বদ্ধতা  অনুভৱ কৰিছে বুলি সংবাদ মাধ্যমক জনায়৷ 

৫৫ বৰ্ষীয় অভিনেতাজন সংগীত সম্পৰ্কীয় কামত কিছুদিন পূৰ্বে কানাডা ভ্ৰমণত গৈছিল৷ এই বিশেষ পথটোৰ উদ্বোধনী অনুষ্ঠানতো উপস্থিত আছিল সংগীত শিল্পীজন৷ চ’চিয়েল মিডিয়াত সেই অনুষ্ঠানৰ ফটোও উৎসাহেৰে প্ৰচাৰ কৰিলে এ আৰ ৰহমানে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু