--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্কট ৰোগত আক্ৰান্ত ভাৰতীয়ৰ সংখ্যা ২০২১ চনৰ ২৬.৭ নিযুতৰ পৰা ২০২৫ চনত ২৯.৮ নিযুতলৈ বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে। যোৱা বছৰ সৰ্বাধিক ঘটনা আছিল উত্তৰ অংশত ১০০,০০০ ত ২,৪০৮ ৰোগী আৰু উত্তৰ-পূবত প্ৰতি ১০০,০০০ ত ২,১৭৭ যিটো  পুৰুষৰ মাজত অধিক আছিল।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ 'ভাৰতত কৰ্কট ৰোগৰ বোজা' সম্পৰ্কীয় এক প্ৰতিবেদন অনুসৰি, মুঠ ৰোগৰ বোজাৰ ৪০% তকৈও অধিক আছিল সাতটা কৰ্কট ৰোগ: হাঁওফাঁও ১০.৬%, স্তন ১০.৫%, খাদ্যনলী ৫..৮%, মুখগহ্বৰ ৫.৭%, পাকস্থলী ৫.২%, যকৃত ৪.৬% আৰু চাৰ্ভিক ইউটেৰি ৪%।

২০২১-২০২৫ বৰ্ষৰ আকলনৰ বিষয়ে ব্যাখ্যা কৰি ৰাষ্ট্ৰীয় ৰোগ তথ্য আৰু গৱেষণা কেন্দ্ৰৰ সঞ্চালক ড০ প্ৰসন্ত মাথুৰে কয় যে পুৰুষসকলে ১৪.৭ নিযুত বছৰৰ জীৱন হেৰুওৱা, ০.৭২ নিযুত বছৰ বিকলাঙ্গতাৰ সৈতে জীয়াই থকা  আৰু ১৫.৫ নিযুত বিকলাঙ্গতা সমাযোজিত জীৱন বৰ্ষ (ডিএএলৱাই২২)ত অৰিহণা যোগাব। মহিলাসকলৰ বাবে সংখ্যাটো হ'ব ১৩.৬ নিযুত ৱাইএলএল, ০.৬৯ নিযুত ৱাইএলডি আৰু ১৪.৩ ডিএএলৱাই।

প্ৰতিবেদনখনৰ ফলাফল বিএমচি কৰ্কট জাৰ্নেলত প্ৰকাশিত হৈছে।

মিজোৰাম, দিল্লী আৰু মেঘালয়ত সৰ্বাধিক কৰ্কট ৰোগ দেখা গৈছিল আৰু আটাইতকৈ দুৰ্বল জনগাঁথনি হৈছে ৬৫-৬৯ বছৰ বয়সৰ লোক, ডাঃ মাথুৰে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু