--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যদি আপুনি ভাবে যে অ’ডি, মাৰ্চিডিজ বা ফাৰাৰীখনেই আটাইতকৈ দামী ঘৰত থকা সম্পদ৷ তেন্তে উল্লেখ কৰিব লাগিব যে কাৰোবাৰ ঘৰত ৰখাই থোৱা ম’হৰ মূল্য অ'ডি,মাৰ্চিদিজ অথবা ফাৰাৰীতকৈ বেছি হ’ব পাৰে। জানো আহক এই চৰ্চিত ম’হটোৰ বিষয়ে সবিশেষ…

এই ম'হটোৰ নাম শ্বেহেনশ্বাহ। এই ম'হটো কেৱল ভাৰতৰ নহয় বৰঞ্চ বিশ্বৰ আটাইতকৈ দামী ম'হ। ম’হটোৰ দৈৰ্ঘ্য ১৫ ফুট আৰু উচ্চতা ৬ ফুটতকৈও অধিক। এই ম’হটোৰ মূল্যত আপুনি কেৱল বিলাসী গাড়ীয়েই নহয় বিলাসী বাংলোও কিনিব পাৰিব। প্ৰকৃততে এই ম'হটোৰ দাম ২৫ কোটি টকা।

দ্বিতীয় স্থানত থকা ম’হটোৰ মূল্য ২৪ কোটি টকা। ১৫০০ কেজি ওজনৰ এই ম’হটোৰ চোৱাচিতাৰ বাবে প্ৰতি বছৰে ১ কোটি টকা খৰচ হয়। এই ম'হটোৰ দৈৰ্ঘ্য ১৪ ফুট আৰু উচ্চতা ৬ ফুট। তৃতীয় স্থানত আছে ছুলতান নামৰ এটা ম’হ। ম’হটোৰ ওজন ৫০০ কিলোগ্ৰাম। ইয়াৰ মূল্য ২১ কোটি টকা। আনহাতে গ’লু নামৰ এটা ম’হ চতুৰ্থ স্থানত আছে।গ’লুৰ দৈৰ্ঘ্য ১৪ ফুট আৰু উচ্চতা ৬ ফুট। এই ম'হটোৰ দাম ১০ কোটি টকা। ম’হটোৰ ওজন প্ৰায় ১৫০০ কিলোগ্ৰাম।

এই তালিকাত পঞ্চম আছে যুৱৰাজ নামৰ ম’হটো৷ এই ম'হটোৰ দৈৰ্ঘ্য ৯ ফুট আৰু উচ্চতা ৬ ফুট। ১৫০০ কেজিৰ এই ম'হটোৰ মূল্য ৯ কোটি টকা। যোৱা ৪ বছৰত এই ম’হৰ বীৰ্যৰ পৰা মুঠ ১.৫ লাখ সন্তান জন্ম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement