--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভৰাতত বৃদ্ধি পাইছে ধনী ব্যক্তিৰ সংখ্যা তাৰ সমান্তৰাল ভাৱে বৃদ্ধি পাইছে দৰিদ্ৰৰ সংখ্যাও৷ ভাৰতৰ সৰ্বমুঠ সম্পত্তিৰ ৪০.১% সম্পত্তি দেশৰ ১% জনসংখ্যাৰ হাতত আছে৷ অৰ্থাত ভাৰতত দৰিদ্ৰলোক অধিক দৰিদ্ৰ হৈ গৈ আছে ধনীলোকসকল অধিক ধনী হৈ গৈছে৷ এই পৰিসংখ্যাৰ পৰা স্পষ্ট হৈ পৰিছে  ভাৰতৰ বিকাশৰ প্ৰতিচ্ছবি৷‘সব কা সাথ সব কা বিকাশ’ৰ কথা কৈ থকা প্ৰধানমন্ত্ৰী গৰাকীৰ দেশত কেৱল এক শ্ৰেণীৰ হে বিকাশ পৰিলক্ষিত হৈছে৷ 

চেণ্ট্ৰম ইনষ্টিটিউচনেল ৰিচাৰ্চ (চিআইআৰ)ৰ এক প্ৰতিবেদন অনুসৰি বছৰি ৫ কোটিতকৈ অধিক উপাৰ্জন কৰা লোকৰ সংখ্যা ৪৯ শতাংশ বৃদ্ধি পাইছে আৰু বিগত পাঁচটা বছৰত ১০ কোটিতকৈ অধিক উপাৰ্জন কৰা ভাৰতীয়ৰ সংখ্যা ৬৩ শতাংশলৈ বৃদ্ধি হৈছে। 

একেখন দেশতে সম্পত্তি তথা আয়ৰ এনে অসমবিতৰণৰ আঁৰত থকা কাৰণ সমূহৰ বিষয়ে থোৰতে জানো আহক-

সম্পত্তিৰ কেন্দ্রীকৰণ- ১৯৯০ৰ দশকৰ অৰ্থনৈতিক উদাৰীকৰণ নীতিৰ পাছত সম্পত্তিৰ কেন্দ্রীকৰণ বৃদ্ধি পাইছে। সম্প্ৰতি ভাৰতৰ মুঠ জনসংখ্যাৰ ১% জনসংখ্যাই দেশৰ ৪০.১% সম্পত্তিৰ অধিকাৰ কৰি আছে।

আয়ৰ অসমতা- সম্পত্তি আৰু আয় অসবিতৰণ৷ ভাৰতৰ ৰাষ্ট্ৰীয় আয়ৰ প্ৰায় ৫৭% মুঠ জনসংখ্যাৰ ১০% লোকে আয় কৰে৷ বাকী প্ৰায় ৫০% আয় মাত্ৰ ১৫% লোকে লাভ কৰে৷ 

অৰ্থনৈতিক নীতিৰ প্ৰভাৱ- ১৯৯১ চনৰ উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন নীতিয়ে সম্পত্তি তথা আয়ৰ অসমতাত অৰিহণা যুগাইছে। 
মহামাৰীৰ প্ৰভাৱ- ভাৰতত কোটিপতিসকলৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে লাখ লাখ লোক দাৰিদ্ৰ্য সীমাৰ তলত অন্তভুক্ত হৈছে। ক'ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত এই অসমতা বৃদ্ধি পাইছে৷

সামাজিক প্ৰভাৱ- অৰ্থনৈতিক বৈষম্যৰ বাবে শিক্ষা, স্বাস্থ্য সেৱাৰ লগতে সামাজিক উত্তৰণতো প্ৰভাৱ পেলাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ