--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভৱিষ্যতে ভাৰতৰ জাহাজ মেৰামতি প্ৰতিষ্ঠানত দেখিবলৈ পোৱা যাব আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ জাহাজ৷ বিগত এটা দশকত ভাৰত আৰু আমেৰিকান সামৰিক বাহিনীৰ মাজত, বিশেষকৈ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সামৰিক বাহিনীৰ মাজত সহযোগিতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ আমেৰিকান নৌসেনাৰ জাহাজ ভাৰতৰ মেৰামতি কৰিবলৈ আৰম্ভ কৰিলে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বাণিজ্য বৃদ্ধিয়ে নহয়, সমান্তৰালভাৱে ভাৰতীয় জাহাজ মেৰমাতি কৰা প্ৰতিষ্ঠানসমূহতো অতিৰিক্ত ব্যৱসায়িক সম্ভাৱনাৰ বাট মুকলি হোৱাৰ সম্ভাৱনা আছে৷

সোমবাৰে ৱাশ্বিংটনত অনুষ্ঠিত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২+২ মন্ত্ৰীসভাৰ বৈঠকৰ সময়ত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনৰ সৈতে আমেৰিকান প্ৰতিনিধি দলক নেতৃত্ব দিছিল, আনহাতে ভাৰতীয় প্ৰতিনিধি দলটোক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নেতৃত্ব দিছিল।

২+২ বৈঠকৰ পিছত জাৰি কৰা যুটীয়া বিবৃতিত কোৱা হৈছে, নৌ খণ্ডত প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা আৰু অধিক বৃদ্ধি কৰাৰ বাবে, দুয়োপক্ষই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামুদ্ৰিক চিলিফ্ট কমাণ্ডৰ (এমএছচি) জাহাজৰ মেৰামতি আৰু তত্বাৱধানৰ বাবে ভাৰতীয় ‘চীপয়াৰ্ড’সমূহ ব্যৱহাৰ কৰাৰ সম্ভাৱনাৰ অন্বেষণ কৰিবলৈ সন্মত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?