--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ ওপৰত এখন জাননী জাৰি কৰিছে। জাননী মতে, "পি এফ আই অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত। এইবোৰ দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ বাবে এক ভাবুকি। তেওঁলোকে শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে।

জাননীখনত কোৱা হৈছিল। পিএফআইয়ে বাহিৰৰ পৰা ধন আৰু আদৰ্শগত সমৰ্থন লাভ কৰি আছিল। সেইবোৰ দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ বাবে বিপদজনক। পিএফআইৰ সদস্যসকল কেইবাখনো ৰাজ্যত অপৰাধমূলক কাৰ্যকলাপ আৰু হত্যাৰ সৈতে জড়িত। তিনিখন ৰাজ্য - কৰ্ণাটক, উত্তৰ প্ৰদেশ আৰু গুজৰাটে পিএফআইৰ ওপৰত নিষেধাজ্ঞা ৰখাৰ বাবে অনুৰোধ কৰিছিল।

দুটা পৰ্যায়ত, এএনআইৰ নেতৃত্বত কেন্দ্ৰীয় তদন্ত সংস্থাসমূহে দেশৰ ১৫ খন ৰাজ্যত পিএফআই সদস্যসকলৰ কাৰ্যালয় আৰু বাসগৃহত তালাচী চলাইছে। ২৫০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

পিএফআই, ৰিহেব ইণ্ডিয়া ফাউণ্ডেচন, কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়া, অল ইণ্ডিয়া ইমামছ কাউন্সিল, নেচনেল কনফাৰেন্স অৱ হিউমেন ৰাইটছ অৰ্গেনাইজেচন, নেচনেল উইমেনফ্ৰণ্ট, জুনিয়ৰ ফ্ৰণ্ট, এমপাৱাৰ ইণ্ডিয়া ফাউণ্ডেচনকো নিষিদ্ধ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ