--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'ভিলেজ ৰকষ্টাৰ্ছ-২'ত কৰা অভিনয়ৰ বাবে ৰজত কমল বঁটা বিজয়ী ভনীতা দাসে ভিলেজ ৰকষ্টাৰ্ছ-২'ত কৰা অনবদ্য অভিনয়ৰ বাবে পুনৰ উজলি উঠিল।

 বিশ্ব ঐতিহ্যক্ষেত্র অজন্তা-ইলোৰা গুহা চৌহদত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱত ছয়গাঁৱৰ দগাঁও কালাৰদিয়া গাঁও নিৱাসী তথা ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্রী ভনীতাই শ্রেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। মহাৰাষ্ট্ৰৰ বিশ্ব ঐতিহ্যক্ষেত্ৰখনত যোৱা ১৯ জানুৱাৰীত সামৰণি পৰা অজন্তা ইলোৰা আন্তঃৰাষ্ট্ৰীয় কথাছবি মহোৎসৱত ৰীমা দাস পৰিচালিত কথাছবিখনে প্রতিযোগিতাৰ শিতানত অংশগ্ৰহণৰ বাবে নিমন্ত্ৰিত হৈছিল। ভনীতাৰ শ্ৰেষ্ঠ অভিনয়ৰ লগতে 'ভিলেজ ৰকষ্টাৰ্ছ-২' কথাছবিখনো বিচাৰকৰ দ্বাৰা বিশেষভাৱে সমাদৃত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ