--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিয়েটনামৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে ভো ভেন থুং। বৃহস্পতিবাৰে নেচনেল এছেম্বলীৰ এক বিশেষ অধিৱেশনত তেওঁক ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰে।

উল্লেখ্য যে ভিয়েটনামৰ শীৰ্ষ চাৰিটা ৰাজনৈতিক পদৰ ভিতৰত এটা হৈছে ৰাষ্ট্ৰপতি পদবী। অৱশ্যে ৰাষ্ট্ৰপতিয়ে মূলতঃ এক আনুষ্ঠানিক ভূমিকাহে পালন কৰে।

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে, নেচনেল এছেম্বলীত উপস্থিত ৪৮৮ জনৰ ভিতৰত ৪৮৭ জনে থুঙক ভোট দিছিল।

ভিয়েটনাম দেশখনে বৰ্তমান তীব্ৰ ৰাজনৈতিক অস্থিৰতাৰ সন্মুখীন হৈছে। দুৰ্নীতি নিৰ্মূলৰ কাম চলি আছে আৰু শাসকীয় কমিউনিষ্ট পাৰ্টিৰ আভ্যন্তৰীণ সংঘাতত কেইবাজনো মন্ত্ৰীক বৰ্খাস্ত কৰা হৈছে। তাৰমাজতে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে থং।

উল্লেখ্য যে বিগত জানুৱাৰী মাহত তদানীত্বন ৰাষ্ট্ৰপতি নগুয়েন জুয়ান ফুকক হঠাতে অপসাৰণ কৰা হয়। ফুকৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছিল। ফুকৰ অপসাৰণক তেতিয়া দেশৰ দুৰ্নীতি বিৰোধী স্থিতিত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি ধৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন