--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৩ কেজি ওজন হেৰুৱালে এলন মাস্কে। টুইটাৰযোগে এই কথা জনালে বিশ্বৰ শীৰ্ষতম চহকী ব্যক্তিগৰাকীয়ে। এগৰাকী অনুৰাগীক মাস্কে টুইটাৰত হোৱা বাৰ্তালাপত জনায় যে তেওঁৰ  ওজন ১৩.৬ কেজি শেহতীয়াকৈ কমিছে।

উল্লেখ্য যে মেদবহুল শৰীৰৰ বাবে ইয়াৰ পূৰ্বে সামাজিক মাধ্যমত ট্ৰ’লৰ সন্মুখীন হৈ আহিছিল এলন মাস্কে। মাস্কৰ শৰীৰক লৈ বহুজনে উপহাস কৰি আহিছে।

তেনে সময়তে নিজৰ ওজন কমাক লৈ আনন্দিত হৈ পৰিছে মাস্ক। এগৰাকী অনুৰাগীয়ে তেওঁ সোধে যে কি উপায়েৰে এলন মাস্কে ওজন হ্ৰাস কৰিবলৈ সক্ষম হৈছে?

তাৰ উত্তৰত মাস্কে কয় যে নিয়মীয়াকৈ লঘোণ, ডায়েবেটিছ দৰৱ আৰু স্বাদহীন আহাৰ কোৱাৰ ফলত তেওঁ এই ফল লাভ কৰিছে।

উল্লেখ্য যে মাস্কৰ বৰ্তমান বয়স ৫১ আৰু এই বয়সতো তেওঁ সুস্বাস্থ্যবান হৈ আহিছে। অনাহাৰে থাকি তেওঁ এই সুস্বাস্থ্যৰ অধিকাৰী হৈ আছে বুলি মাজে মাজে কৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক