--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভোল হৈছে এবিধ পুষ্টিকৰ পাচলি। ভোলৰ বহুতো স্বাস্থ্য লাভালাভ আছে। এই পাচলিবিধ ৰক্ত শৰ্কৰা, কোষ্ঠকাঠিন্য, ওজন হ্ৰাস, আৰু হাইপোগ্লাইচেমিয়া হ্ৰাস কৰা, ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰা আৰু শৰীৰক বিষমুক্ত কৰাত সহায়ক।

বুঢ়া ভোলৰ জালটোও শৰীৰ চফা কৰিবলৈ ব্যৱহাৰ কৰা হয়। 


ভোলৰ স্বাস্থ্যজনিত উপকাৰিতা

১. তেজ পৰিশোধক হিচাপে কাম কৰে

২. মস্তিষ্কৰ কাৰ্যক্ষমতা উন্নত কৰে

৩. ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰে

৪. ডায়েবেটিচ প্ৰতিৰোধ কৰে

৫. চকুৰ সমস্যা প্ৰতিহত কৰে

৬. পেশীৰ বিষ প্ৰতিহত কৰে

৭. আৰ্থ্ৰাইটিছৰ চিকিৎসা কৰে

৮. এনিমিয়াৰ চিকিৎসা কৰে

৯. কাৰ্ডিওভাস্কুলাৰ স্বাস্থ্য উন্নত কৰে

১০. ৰেচক গুণাগুণ

১১. ওজন হ্ৰাস

১২. ছালৰ স্বাস্থ্য উন্নত কৰে

১৩. মাইগ্ৰেইনৰ মুৰৰ বিষৰ চিকিৎসা কৰে

১৪. ব্রণ প্ৰতিৰোধ কৰে

গতিকে ভোল খাওক। সুস্বাস্থ্যৱান হৈ থাকক। ভোল ভাজি, দাইলত দি বা তৰকাৰী কৰিও খাব পাৰি। মাছৰ সৈতে ভোলৰ আঞ্জা খাবলৈ অতি সোৱাদ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?