--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোমাঞ্চকৰ হৈ পৰিছে কাটাৰ বিশ্বকাপ। প্ৰি-কোৱাৰ্টাৰ ফাইনেলসমূহ শেষ হোৱাৰ পাছত ৯ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব কোৱাৰ্টাৰ ফাইনেল মেচসমূহ। ইতিমধ্যে স্পেইনৰ দৰে শক্তিশালী দল বিশ্বকাপৰ পৰা বাহিৰ  হৈছে। বাহিৰ হৈছে এছিয়াৰ শক্তি জাপান। অঘটন ঘটাই কোৱাৰ্টাৰ ফাইনলেত প্ৰৱেশ কৰিছে মৰক্কোৱে। আশা কৰাৰ ধৰণেই আগুৱাইছে ফ্ৰান্স, ব্ৰাজিল, ইংলেণ্ড, আৰ্জেণ্টিনাৰ দৰে ফুটবলৰ পাৱাৰ হাউছসমূহ।

এতিয়া সকলো ফুটবলপ্ৰেমীয়ে ৯ ডিচেম্বৰলৈকে ৰৈ আছে। কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে ৮ টা দলে। তাৰে চাৰিটা দলে চেমি ফাইনেলত উপনীত হ’ব।

চাও আহক কোৱাৰ্টাৰ ফাইনেলৰ মেচসমূহ কেতিয়া কেই বজাত আৰু কোন ষ্টেডিয়ামত খেলোৱা হ’ব। সময়সমূহ ভাৰতীয় সময় অনুসৰি দিয়া হৈছে-

১. ক্ৰোৱেছিয়া বনাম ব্ৰাজিল
৯ ডিচেম্বৰ, শুক্ৰবাৰ (ভাৰতীয় সময় অনুসৰি ৮.৩০ বজাত)
এডুকেশ্বন চিটি ষ্টেডিয়াম

২. নেডাৰলেণ্ড বনাম আৰ্জেণ্টিনা
১০ ডিচেম্বৰ শনিবাৰে (ভাৰতীয় সময় মতে ১২.৩০ বজাত)
লুচাইল ষ্টেডিয়াম

৩. পৰ্তুগাল বনাম মৰক্কো
১০ ডিচেম্বৰ, শনিবাৰ (ভাৰতীয় সময় অনুসৰি ৮.৩০ বজাত)
আল থুমামা ষ্টেডিয়াম

৪. ইংলেণ্ড বনাম ফ্ৰান্স
১১ ডিচেম্বৰ, দেওবাৰ (ভাৰতীয় সময় মতে 12:30 বজা)
আল বায়েট ষ্টেডিয়াম

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক