--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিয়াৰ পিছৰে পৰা স্বামীসহ হালিমা বেগমে থাকিবলৈ লয় পিতৃগৃহত। বিয়াৰ পাছৰে পৰা এখন গাড়ী আৰু এটা অট্টালিকা বনাবলৈ স্বামী জালাল উদ্দিনক হেঁচা দি আহিছিল পত্নীয়ে৷

ডিজিটেল ডেস্ক: জাগীৰোডত সংঘটিত হ’ল এক শিহৰণকাৰী ঘটনা৷ পত্নীৰ উপৰ্যুপৰি প্ৰহাৰত মৃত্যু হ’ল স্বামীৰ৷ স্বামীৰ টকা আৰু আ-অলংকাৰ হস্তগত কৰিবলৈ এই নিকৃষ্ট কাণ্ড পত্নীৰ৷ ঘটনা অনুসৰি জাগীৰোডৰ নখোলা বস্তিৰ জালাল উদ্দিন নামৰ লোকজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল জাগীৰোড নগৰৰ হালিমা বেগম নামৰ এগৰাকী যুৱতী৷

বিয়াৰ পিছৰে পৰা স্বামীসহ হালিমা বেগমে থাকিবলৈ লয় পিতৃগৃহত। বিয়াৰ পাছৰে পৰা এখন গাড়ী আৰু এটা অট্টালিকা বনাবলৈ স্বামী জালাল উদ্দিনক হেঁচা দি আহিছিল পত্নীয়ে৷ সেই আশা পূৰণ নকৰাৰ বাবেই স্বামীৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাইছিল পত্নী হালিমাই ৷ কিন্তু ধন সম্পত্তিৰ প্ৰতি লোলুপ দৃষ্টি ৰখা পত্নী হালিমা বেগমৰ অত্যাচাৰ দুই সন্তানৰ মুখলৈ চাই গোপনে সহ্য কৰি গৈছিল স্বামী জালল উদ্দিনে৷

অবশেষত বিগত ১০ ডিচেম্বৰত সীমা চেৰাই গ’ল পত্নীৰ অত্যাচাৰে৷ প্ৰথমে দুয়োৰে মাজত কাজিয়া আৰু তাৰ পিছত স্বামী জালাল উদ্দিনক ঘৰৰ পৰা টানি চোঁচৰাই আনি উপৰ্যুপৰি প্ৰহাৰ কৰে পত্নীয়ে আৰু এই দৃশ্য বন্দী হৈ ৰয় চুবুৰীয়াৰ চিচি টিভি কেমেৰাত৷

পৰৱৰ্তী সময়ত ঘটনাৰ খবৰ পাই পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাত বুধবাৰে নিশা মৃত্যুক আকোঁৱালি লয় দুৰ্ভগীয়া স্বামী জালাল উদ্দিনে৷ বৃহস্পতিবাৰে জালাল উদ্দিনৰ মৃতদেহ নিজ গৃহত উপস্থিত হোৱাৰ পিছতে কান্দোনত ভাঙি পৰে মাতৃ আৰু আত্মীয়৷ ঘটনা সন্দৰ্ভত অত্যাচাৰী পত্নী হালিমা বেগমৰ বিৰুদ্ধে জাগীৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ন্যায় বিচাৰজাগীৰোডত শিহৰণকাৰী ঘটনা! পত্নীৰ উপৰ্যুপৰি প্ৰহাৰত কৰুণ মৃত্যু স্বামীৰ

ডিজিটেল ডেস্ক: জাগীৰোডত সংঘটিত হ’ল এক শিহৰণকাৰী ঘটনা৷ পত্নীৰ উপৰ্যুপৰি প্ৰহাৰত মৃত্যু হ’ল স্বামীৰ৷ স্বামীৰ টকা আৰু আ-অলংকাৰ হস্তগত কৰিবলৈ এই নিকৃষ্ট কাণ্ড পত্নীৰ৷ ঘটনা অনুসৰি জাগীৰোডৰ নখোলা বস্তিৰ জালাল উদ্দিন নামৰ লোকজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল জাগীৰোড নগৰৰ হালিমা বেগম নামৰ এগৰাকী যুৱতী৷

বিয়াৰ পিছৰে পৰা স্বামীসহ হালিমা বেগমে থাকিবলৈ লয় পিতৃগৃহত। বিয়াৰ পাছৰে পৰা এখন গাড়ী আৰু এটা অট্টালিকা বনাবলৈ স্বামী জালাল উদ্দিনক হেঁচা দি আহিছিল পত্নীয়ে৷ সেই আশা পূৰণ নকৰাৰ বাবেই স্বামীৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাইছিল পত্নী হালিমাই ৷ কিন্তু ধন সম্পত্তিৰ প্ৰতি লোলুপ দৃষ্টি ৰখা পত্নী হালিমা বেগমৰ অত্যাচাৰ দুই সন্তানৰ মুখলৈ চাই গোপনে সহ্য কৰি গৈছিল স্বামী জালল উদ্দিনে৷

অবশেষত বিগত ১০ ডিচেম্বৰত সীমা চেৰাই গ’ল পত্নীৰ অত্যাচাৰে৷ প্ৰথমে দুয়োৰে মাজত কাজিয়া আৰু তাৰ পিছত স্বামী জালাল উদ্দিনক ঘৰৰ পৰা টানি চোঁচৰাই আনি উপৰ্যুপৰি প্ৰহাৰ কৰে পত্নীয়ে আৰু এই দৃশ্য বন্দী হৈ ৰয় চুবুৰীয়াৰ চিচি টিভি কেমেৰাত৷

পৰৱৰ্তী সময়ত ঘটনাৰ খবৰ পাই পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাত বুধবাৰে নিশা মৃত্যুক আকোঁৱালি লয় দুৰ্ভগীয়া স্বামী জালাল উদ্দিনে৷ বৃহস্পতিবাৰে জালাল উদ্দিনৰ মৃতদেহ নিজ গৃহত উপস্থিত হোৱাৰ পিছতে কান্দোনত ভাঙি পৰে মাতৃ আৰু আত্মীয়৷ ঘটনা সন্দৰ্ভত অত্যাচাৰী পত্নী হালিমা বেগমৰ বিৰুদ্ধে জাগীৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ন্যায় বিচাৰিছে পৰিয়ালৰ লোকে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ