--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্রৱেশ পত্ৰৰ মূল্য ১০০ টকা। দৰ্শকৰ উপস্থিত থাকিব বুলি আশা ৰাখিছে আয়োজক সংস্থাই।

ডিজিটেল ডেস্ক : আই চি চি মহিলা বিশ্ব কাপ ক্রিকেটৰ প্ৰথমখন ছেমি ফাইনেলত মুখামুখি হ'ব ইংলেণ্ড আৰু দক্ষিণ আফ্রিকা। মহানগৰীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত আজি বিয়লি ৩ বজাত আৰম্ভ হ'ব লগা মেচখনৰ বাবে আগ্ৰহেৰে ৰৈ আছে ক্ৰিকেটপ্ৰেমী।


মেচখনৰ বাবে বি চি চি আই আৰু অসম ক্রিকেট সন্থাই দিনে-ৰতিয়ে কাম চলাই আছে।


এক সংবাদমেলত এই কথা সদৰী কৰে বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই। প্রৱেশ পত্ৰৰ মূল্য ১০০ টকা। দৰ্শকৰ উপস্থিত থাকিব বুলি আশা ৰাখিছে আয়োজক সংস্থাই।


২৯ অক্টোবৰত বিয়লি ৩ বজাত আৰম্ভ হ'বলগীয়া খেলখনৰ বাবে নিৰাপত্তা আৰু পথৰ নিৰ্দেশনা পূৰ্বৰ ৪খন মেচৰ দৰে বাহাল থাকিব। মন কৰিবলগীয়া যে ইংলেণ্ড দলে ইতিমধ্যে ৭খন মেচ খেলি ১১ আৰু দক্ষিণ আফ্রিকাই ১০ পইন্ট অর্জন কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ