--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
টাটা গোটৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াৰ ওপৰত বহু টকাৰ  জৰিমনা আৰোপ কৰিছে।একেসময়তে আমেৰিকাৰ পৰিবহণ বিভাগে আন ছয়টা এয়াৰলাইনৰ ওপৰতো জৰিমনা বিহিছে বুলি জানিব পৰা গৈছে৷ ফ্ৰণ্টিয়াৰ, টেপ পৰ্তুগাল, এৰো মেক্সিকো, ইআই এআই আৰু এভিয়ানকাও এই এয়াৰ লাইন সমূহৰ ভিতৰত আছে৷  
 
 আমেৰিকাই এয়াৰ ইণ্ডিয়াৰ ওপৰত আৰোপ কৰিছে ১২১.৫ নিযুত ডলাৰ জৰিমনা৷ একেসময়তে এয়াৰ ইণ্ডিয়াৰ  যাত্ৰীসকলক ধন ঘূৰাই পোৱাত পলম হোৱাৰ বাবেও  ১.৪ নিযুত ডলাৰ জৰিমনাও আৰোপ কৰা হৈছে। 

আমেৰিকাৰ নীতি অনুসৰি  বিমান বাতিল বা সময়  সলনি কৰিলে , তেন্তে এয়াৰলাইনটোৱে  আইনীভাৱে বিমানৰ টিকট ঘূৰাই দিব লাগিব৷ সেইবাবেই এতিয়া আমেৰিকাৰ পৰিবহণ বিভাগক জৰিমনা আদায় দিবলৈ একপ্ৰকাৰৰ বাধ্য হৈ পৰিছে এয়াৰ ইণ্ডিয়া৷ 

এক চৰকাৰী অনুসন্ধানৰ তথ্য মতে , এয়াৰ ইণ্ডিয়াই ১৯,০০০ টা ৰিফাণ্ড অভিযোগৰ প্ৰায়  আধা অভিযোগ  নিষ্পত্তি কৰোঁতেই  ১০০ দিনতকৈ অধিক সময় লৈছিল।আনকি যাত্ৰীসকলক ধন ঘূৰাই দিয়াৰ নূন্যতম সময়ৰ তথ্য দিবলৈয়ো সক্ষম হোৱা নাই এয়াৰ ইণ্ডিয়া৷আনহাতে ,  বিমানত  বিলম্বৰ বাবে গ্ৰাহকসকলে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক