--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টুইটাৰ এৰিলে কৰণ জোহৰে। সোমবাৰে এটা টুইটৰ যোগেৰে এই কথা ঘোষণা কৰে বলিউডৰ জনপ্ৰিয় ছৱি পৰিচালকজনে।

টুইটাৰ এৰাৰ আগমুহূৰ্তত এটা টুইটত তেওঁ লিখে যে যোগাত্মক শক্তি আহৰণৰ বাবে তেওঁ মনোনিৱেশ কৰিছে। তাৰ প্ৰথম পদক্ষেপ হিচাপে টুইটাৰ বাদ দিছে। অৱশ্যে বৰ্তমানলৈকে নিজৰ টুইটাৰ একাউণ্টটো তেওঁ ডিলেট কৰা নাই।

কৰণ জোহৰৰ এই টুইটটোৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁৰ অনুৰাগীসকলে জোহৰক অধিক সৃষ্টিশীল কামত মনোযোগ দিবলৈ আহ্বান কৰিছে। অনুৰাগীসকলে জোহৰক তেওঁৰ মানসিক স্বাস্থ্যৰ প্ৰতি সজাগ হ’বলৈ আহ্বান কৰিছে।

উল্লেখযোগ্য যে কৰণ জোহৰৰ শেহতীয়া ছৱি ব্ৰহ্মাস্ত্ৰই ব্যাপকভাৱে ভিন্ন প্ৰতিক্ৰিয়া লাভ কৰিছে। আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ অভিনয়সমৃদ্ধ চিনেমাখন বিশ্বজুৰি ৪২৫ কোটি টকাৰ ব্যৱসায় কৰিছে বুলি জানিব পৰা গৈছে।

বলিউড হাংগামাক দিয়া এটা শেহতীয়া সাক্ষাৎকাৰত পৰিচালকগৰাকীয়ে কয় যে ব্ৰহ্মাস্ত্ৰক লৈ বলিউডৰ বহুকেইজন গণ্য মাণ্য ব্যক্তিয়ে ঋণাত্মক মন্তব্য কৰিছে। ই বলিউড উদ্যোগটোক ক্ষতি কৰিব বুলি জোহৰে মত প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’