--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ নিৰ্বাচনী দঋশ্যপটত নাটকীয় পৰিৱৰ্তন ঘটিছে। এই মুহূৰ্তত ৰাজ্য খনত ইণ্ডিয়া মিত্ৰজোঁটে এনডিএৰ সৈতে কঠোৰ যুঁজত লিপ্ত হৈছে। এনডিএ-৩৯ , ইণ্ডিয়া মিত্ৰজোঁট ৪৩ খন আসনত আগুৱাই আছে। এক কথাত ক’বলৈ গ’লে উত্তৰ প্ৰদেশ ইণ্ডিয়া মিত্ৰজোঁটে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। মঙলবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা ভোটগণনাই  সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে।

 গণণনাৰ শেহতীয়া ধাৰাটোৱে দেখুৱাইছে যে ভাৰতে এন ডি এক কঠোৰ প্ৰত্যাহ্বান জনাইছে। কিন্তু উত্তৰ প্ৰদেশে আটাইতকৈ বেছি আচৰিত কৰিছে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত এন ডি এয়ে ৮০খন আসনৰ ভিতৰত ৬২খন আসন লাভ কৰিছিল। কিন্তু এইবাৰ সংখ্যাটো সম্পূৰ্ণ বিপৰীত  যেন ধাৰণা হৈছে। দেখা গৈছে যে এতিয়ালৈকে ভাৰত মিত্ৰজোঁট ৪৩খন আসনত আগবাঢ়ি আছে। এন ডি এ ৩৬ খন আসনত  আছে। 

যদিও এয়া   প্ৰাৰম্ভিক ধাৰা সেয়ে স্পষ্ট ছবি খন এতিয়াও অহা নাই।  শেষত যদি এই ধাৰা অব্যাহত থাকে তেন্তে নিঃসন্দেহে বিজেপিৰ বাবে ই এক ডাঙৰ আঘাত হ’ব। 

 (প্ৰিয় পাঠক এয়া এক ব্ৰেকিং নিউজহে। পৰৱৰ্তী আপডেটৰ বাবে চকু ৰাখক প্ৰাগ নিউজ ডিজিটেলত) 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ