--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌন আতিশয্যৰ অভিযোগ,  গ্ৰেপ্তাৰৰ ভয়ত বিদেশলৈ পলায়ন আৰু পিছত দেশলৈ উভতি আহি গ্ৰেপ্তাৰ  হোৱা প্ৰজ্জ্বল ৰেভান্নাই পিছতে ভোটযুদ্ধত আগুৱাই আছে।   হাছান লোকসভা আসনত তেওঁ আগবাঢ়ি আছে। দুপৰীয়ালৈকে  প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াৰ নাতি তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ ভতিজাক জেডিএছ নেতা ৰেভান্না  সমষ্টিটোৰ পৰা অগ্ৰগতি লাভ কৰি আছে।  কংগ্ৰেছৰ শ্ৰেয়াছ পেটেলৰ তুলনাত প্ৰজ্জ্বল ৰেভান্নাই ১৩,৫০০ৰো অধিক ভোটত আগগবাঢ়ি আছে।  ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ হাছানৰ পৰা ১.৪ লাখৰো অধিক ব্যৱধানত জয়লাভ কৰিছিল।

প্রাক্তন প্রধানমন্ত্রী দেৱগৌড়াৰ নাতি তথা কর্নাটকৰ প্রাক্তন মুখ্যমন্ত্রী এইচ ডি কুমাৰস্বামীৰ ভতিজাক প্রজ্জ্বল ৰেভান্নাই সমষ্টিটোত ভোটদান হোৱাৰ এদিন পিছত,  ২৭ এপ্ৰিলত জাৰ্মানীলৈ ৰাওনা হৈছিল । 

তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছিল আৰু সাংসদগৰাকীৰ সন্ধান উলিওৱাত সহায়ক হোৱাকৈ ব্লু কৰ্ণাৰ জাননীও জাৰি কৰা হৈছিল।   অৱশেষতবহু  সতৰ্কবাণীৰ পিছত জেডিএছৰ নেতাগৰাকী ভাৰতলৈ উভতি আহি ৩১ মে’ৰ পুৱাৰ ভাগত গ্ৰেপ্তাৰ হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ