--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৌন নিৰ্যাতনৰ গোচৰত ৮ হাজাৰ ৬৫৮ বছৰ কাৰাবাসৰ শাস্তি লাভ কৰিলে এগৰাকী ধৰ্মগুৰুৱে৷ ত্ৰুকীৰ ইস্তানবুলত বাস কৰা উক্ত মুছলিম ধৰ্মগুৰুৰ নাম- আদনান ওক্তাৰ৷

জানিব পৰামতে, এটা টিভিত ধৰ্মীয় শ্ব’ৰ আয়োজন কৰে ওক্তাৰে৷ তাত প্ৰতি মুহূৰ্ততে তেওঁক স্বল্পবসনা সুন্দৰীয়ে ঘেৰি থকা দেখা যায়৷ সুন্দৰীবিলাকক ওক্তাৰে ‘কিটেন’ তথা মেকুৰিপোৱালি বুলি সম্বোধন কৰে৷

আনহাতে, টিভি শ্ব’টোৰ জৰিয়তে মুছলিমৰ ৰক্ষণশীল শিক্ষা প্ৰদান কৰা হয়৷ গোড়া ইছলামিক মূল্যবোধৰ পাঠ দিয়াৰ সময়ত ধৰ্মগুৰুগৰাকীৰ চাৰিওফালে আধুনিক বেশত সুন্দৰীসকলে ঘেৰি থকা দেখা যায়৷

ইয়াৰ পূৰ্বেও ওক্তাৰে ২০২১ চনত ১ হাজাৰ ৭৫ বছৰৰ কাৰাবাসৰ শাস্তি লাভ কৰিছিল৷ এতিয়া তেওঁৰ বিৰুদ্ধে উঠা অভিযোগৰ পুনৰ্বিচাৰত ৮ গুণ বেছি কাৰাবাসৰ ম্যাদ বৃদ্ধি পাইছে৷

৬৬ বৰ্ষীয় ওক্তাৰৰ বিৰুদ্ধে আছে যৌন আতিশয্য, নাবালিকা নিৰ্যাতন, প্ৰতাৰণাৰ দৰে ভয়ংকৰ অভিযোগ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক