--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অহা ১ ডিচেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব আৰু ই ১৯ ডিচেম্বৰত অন্ত পৰিব।

ডিজিটেল ডেস্ক : সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত পাৰমাণৱিক শক্তি বিধেয়ককে ধৰি ১০খন নতুন বিধেয়ক উত্থাপন কৰা হ'ব। লোক সভাৰ বুলেটিনে শনিবাৰে এই কথা জনায়। 


পাৰমাণৱিক শক্তি বিধেয়ক গৃহীত হ'লে ব্যক্তিগত খণ্ডৰ কোম্পানীক পাৰমাণৱিক শক্তি প্রকল্প স্থাপনৰ অনুমতি লাভ কৰিব। এই অধিৱেশনত উত্থাপন হ'বলগীয়া দ্বিতীয়খন গুৰুত্বপূৰ্ণ বিধেয়ক হৈছে 'ভাৰতৰ উচ্চ শিক্ষা আয়োগ বিধেয়ক।' এই বিধেয়কত ইউ জি চি, এ আই চি টি ই, এন চি টি ইৰ দৰে পৃথক পৃথক সংস্থাৰ অন্ত পেলাই একেখন আয়োগত সংযোগ কৰা হ'ব। 


উল্লেখযোগ্য যে অহা ১ ডিচেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব আৰু ই ১৯ ডিচেম্বৰত অন্ত পৰিব। গুৰুত্বপূৰ্ণ বিধেয়কৰ ভিতৰত 'ৰাষ্ট্ৰীয় ঘাই পথ (সংশোধন) বিধেয়কো আছে। এই বিধেয়ক গৃহীত হ'লে ভূমি অধিগ্ৰহণৰ প্রক্রিয়া দ্রুততৰ হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ