--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নামৰূপৰ হাপজানৰ বৃহৎ কৃষিপথাৰত অনুষ্ঠিত প্ৰধানমন্ত্ৰীগৰাকীৰ বিশাল জনসভা আৰু এই জনসভাস্থলীত দিন ৰাতি একাকাৰ কৰি নৰা কটাৰ লগতে চাফ-চিকুণ কৰাত উঠি পৰি লাগিছে বিজেপিৰ কাৰ্যকৰ্তাসকল।

ডিজিটেল ডেস্ক: অহা ১৪ ডিচেম্বৰত নাহৰকটীয়া সমষ্টিলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰায় ১০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নামৰূপ সাৰকাৰখানাৰ এক নতুন ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।


প্ৰধানমন্ত্ৰীৰ নাহৰকটীয়া আগমনক কেন্দ্ৰ কৰি এতিয়া উৎফুল্লিত বিজেপিৰ কাৰ্যকৰ্তাসকল। নামৰূপৰ হাপজানৰ বৃহৎ কৃষিপথাৰত অনুষ্ঠিত প্ৰধানমন্ত্ৰীগৰাকীৰ বিশাল জনসভা আৰু এই জনসভাস্থলীত দিন ৰাতি একাকাৰ কৰি নৰা কটাৰ লগতে চাফ-চিকুণ কৰাত উঠি পৰি লাগিছে বিজেপিৰ কাৰ্যকৰ্তাসকল।


দেওবাৰে জয়পুৰ মণ্ডল বিজেপিৰ সভাপতি মৃদুল কলিতাৰ নেতৃত্বত তিনিশতাধিক মহিলাই প্ৰধানমন্ত্ৰীগৰাকীৰ সভা অনুষ্ঠিত হ'ব লগা স্থানৰ নৰা কটাৰ লগতে পৰিস্কাৰ পৰিচ্ছন্ন কৰে। পোন প্ৰথমবাৰৰ বাবে নাহৰকটীয়া সমষ্টিলৈ প্ৰধানমন্ত্ৰী আগমন ঘটিব আৰু তাকে লৈ উৎফুল্লিত এতিয়া বিজেপি কৰ্মীসকল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ