--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন এক বিশেষ কাৰ্যসূচীৰে উদযাপন কৰিবলৈ মনস্থ কৰিছে ৰাজ্যিক বিজেপিয়ে। ১৭ ছেপ্তেম্বৰৰ পৰা ২০ দিন ধৰি উদযাপন কৰিব প্ৰধানমন্ত্ৰী মোডীৰ ৭১ বাৰ্ষিক জন্মদিন। সোমবাৰে হেঙেৰাবাৰীত আয়োজিত এক সংবাদমেলত উপ-সভাপতি জয়ন্ত দাসে কয়- জন্মদিন উপলক্ষে বিজেপিৰ ৩৯খন সাংগঠনিক জিলাৰ কৰ্মকৰ্তাই সেৱাই সংগঠন কাৰ্যসূচী পালন কৰিব।

মোডীৰ জন্মদিনৰ দিনা ৰাজ্যৰ ১৫ হাজাৰ বুথৰ অন্তৰ্গত নামঘৰ বা মন্দিৰত শৰাই আগবঢ়াব দলীয় কৰ্মকৰ্তাই। ১৮ ছেপ্টেম্বৰৰ দিনা ৰাজ্যজুৰি বিশ্বকৰ্মা পূজাৰ প্ৰতিমা বিসৰ্জনৰ লগতে চাফাই অভিযান চলাব। ইপিনে, প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰি অসমৰ পৰা ১০ লাখ প’ষ্ট কাৰ্ড প্ৰেৰণ কৰিব বিজেপি কৰ্মকৰ্তাই।

ইয়াৰ উপৰি জন্মদিনৰ উপলক্ষে বিজেপিৰ ৫ হাজাৰ যুৱকৰ ৰক্তদান, দিব্যাংগসকলৰ মাজত প্ৰয়োজনীয় সাহাৰ্য সামগ্ৰীৰ লগতে গাৱেঁ গাঁৱে গৈ মহিলাসকলক আইৰণ টেবলেট প্ৰদান কৰিব বুলি সংবাদমেলত জানিবলৈ দিয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ