--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ বাৰু সোনম গুপ্তাক মনত আছেনে? পাহৰি গৈছে নহয় নে...কোন আছিল সোনম গুপ্তা। কাৰোবাৰ হয়তো নামটো শুনা শুনা যেন অনুভৱ হৈছে। এখন ২০০০ টকীয়া নোটৰ ছবি এসময়ত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। নোটখনত লিখা আছিল 'সোনম গুপ্তা বেৱাফা হে'। সোনম গুপ্তা কোন? এই কথাটোক লৈ ছ'চিয়েল মিডিয়াত বহুতো মিম সৃষ্টি হৈছিল আৰু এই কথাটোৱে সকলোকে বৰ হাঁহিৰ খোৰাক দিছিল। এয়া আছিল ২০১৬ চনৰ কথা। ২০২২ চনত পুনৰ এখন ২০ টকীয়া নোটৰ ছবি ভাইৰেল হৈ পৰিছে। এইবাৰ নোটখনত লিখা আছে 'ৰাশি বেৱাফা হে'। এইবাৰ ছ'চিয়েল মিডিয়াত প্ৰশ্ন উঠিছে 'ৰাশি কোন'? এই ২০ টকীয়া নোটখনক লৈ বৰ্তমান বহুতো মিমৰ সৃষ্টি হৈছে। https://twitter.com/burman_mahant/status/1493176143847260160?s=20&t=1yaWxYEVNLXYgSWhSsd8lw টুইটাৰত ইতিমধ্যেই 'ৰাশি বেৱাফা হে' ট্ৰেণ্ডিঙত আছে। ছ'চিয়েল মিডিয়াত কেতিয়া কি ভাইৰেল হৈ যায় সেয়া কোনেও ক'ব নোৱাৰে। https://twitter.com/imakshatsaxena/status/1493198709316005891?s=20&t=vcDoT9aDckjdn3kJf1QIkw কিছুদিনৰ পূৰ্বে 'ৰচোৰে মে কৌন থ্যা' মিম ভাইৰেল হৈছিল। 'সাথ নিভানা সাথিয়া' নামৰ ধাৰাবাহিকখনৰ এটি সংলাপ 'ৰচোৰে মে কৌন থ্যা'ক লৈ বনোৱা মিমে ছ'চিয়েল মিডিয়াত আধিপত্য বিস্তাৰ কৰিছিল। সাধাৰণ লোকৰ পৰা চেলিব্ৰেটীলৈকে সকলোৰে মুখে মুখে শুনা গৈছিল 'ৰচোৰে মে কৌন থ্যা'। এতিয়া ৰাশিক লৈ আৰম্ভ হৈছে চৰ্চা। আৰু পঢ়কঃ প্ৰেমে পালে পূৰ্ণতা! ভেলেণ্টাইন ডে’ত সম্পন্ন এখন ট্ৰেন্সজেণ্ডাৰ বিবাহ

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন