--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ’ল ২০২১ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বিজয়ীৰ নাম। আমেৰিকা যুক্তৰাষ্ট্ৰৰ তিনিজন অৰ্থনীতিবিদে লাভ কৰিলে অৰ্থনীতিৰ ২০২১ চনৰ নবেল বঁটা।

বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কানাডিয়ান বংশোদ্ভৱ ডেভিদ কাৰ্ড, মেচাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজীৰ যচোৱা এংৰিষ্ট আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ৫৮ বছৰীয়া ডাচ্চ বংশোদ্ভৱ গুইডো ইমবেন্সে ২০২১ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰে।

উল্লেখ্য যে নোবেল বঁটাৰ আন শাখাবোৰৰ দৰে অৰ্থনীতিৰ নোবেল বঁটা আলফ্ৰেড নোবেলৰ ইচ্ছাপত্ৰ অনুসৰি প্ৰদান কৰা হোৱা নাছিল। ১৯৬৮ চনত চুইডিছ কেন্দ্ৰীয় বেংকে আলফ্ৰেড নবেলৰ স্মৃতিত এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰে। নূন্যতম মজুৰি, প্ৰব্ৰজন আৰু শিক্ষাৰ শ্ৰমিক বজাৰৰ প্ৰভাৱৰ ওপৰত কৰা গৱেষনাৰ বাবে তিনিওলৈ ২০২১ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা আগবঢ়োৱা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ