--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কানাড়া ব্লকবাষ্টাৰ 'কান্তাৰা : এ লিজেণ্ড-ছেপ্টাৰ ১' আৰু হিন্দী ছবি 'তনবী দ্য গ্রেট'-এ ২০১খন চলচ্চিত্ৰৰ লগতে শ্রেষ্ঠ চলচ্চিত্র শিতানত প্রতিযোগিতাৰ বাবে নির্বাচিত হৈছে।

ডিজিটেল ডেস্ক : ভাৰতীয় চিনেমা জগতলৈ সুখবৰ কঢ়িয়াই আনি ২০২৬ চনৰ অস্কাৰৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ শিতানত প্রতিযোগিতাৰ বাবে অৰ্হতা অৰ্জন কৰিছে দুখন ভাৰতীয় চিনেমাই। 


কানাড়া ব্লকবাষ্টাৰ 'কান্তাৰা : এ লিজেণ্ড-ছেপ্টাৰ ১' আৰু হিন্দী ছবি 'তনবী দ্য গ্রেট'-এ ২০১খন চলচ্চিত্ৰৰ লগতে শ্রেষ্ঠ চলচ্চিত্র শিতানত প্রতিযোগিতাৰ বাবে নির্বাচিত হৈছে। 


অকাডেমি অব্ ম'শ্যন পিকচাৰ আৰ্টছ আৰু ছায়েন্সে এই কথা ঘোষণা কৰিছে। বৃহস্পতিবাৰে অকাদেমিয়ে মুকলি কৰা তালিকাত আন দুখন ভাৰতীয় মাল্টিলিংগুৱেল এনিমেশ্যন ফিল্ম, অনুপম খেৰ পৰিচালিত 'মহাৱতাৰ নৰসিংহ' আৰু তামিল টাইটলৰ 'টুৰিষ্ট ফেমিলি'য়েও অস্কাৰৰ শিতানৰ প্ৰতিযোগিতাৰ বাবে অৰ্হতা অৰ্জন কৰিছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ