--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াৰ বালিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ২১০ কেজি ওজন ডিঙিত পৰি মৃত্যু হয় এজন ফিটনেছ ট্ৰেইনাৰৰ। জিমত ফিটনেছ ট্ৰেইনাৰগৰাকীয়ে ব্যায়াম কৰি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।
VIDEO: यह कैसा जुनून? 210 KG वजन उठाने की कोशिश में फिटनेस ट्रेनर की गर्दन  टूटी, मौके पर ही हुई मौत - Indonesia gym trainer justyn vicky dies after  weight falls on

ইণ্ডোনেছিয়াৰ ৩৩ বছৰীয়া ফিটনেছ ট্ৰেইনাৰ জাষ্টিন বিকিয়ে বাৰবেল এটা তুলিবলৈ চেষ্টা কৰি থকাৰ সময়তে বাৰবেলটো তেওঁৰ ওপৰত পৰি ডিঙি ভাঙি যায়। এই দুৰ্ঘটনা সম্পৰ্কীয় এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এই ভিডিঅ'টোত স্পষ্টকৈ দেখা গৈছে যে জাষ্টিন বিকিয়ে কান্ধত বাৰবেল লৈ স্কুৱেট প্ৰেছ কৰি আছে।
Bodybuilder Justyn Vicky dead at 33 after 400-pound weight breaks neck |  Flipboard
জাষ্টিন বিকিয়ে স্কুৱেট কৰি থকাৰ সময়ত পোনে পোনে থিয় হ’বলৈ অসুবিধা পাইছিল। ওজন ধৰিবলৈ চেষ্টা কৰাৰ লগে লগে বাৰবেলটো ডিঙিৰ পিছফালে পৰিল আৰু তেওঁ মাটিত বাগৰি পৰিল। সেই সময়ত জাষ্টিন বিকিৰ স্পটাৰজনেও ভাৰসাম্য হেৰুৱাই পেলাইছিল। বিকিক এই সময়ত সহায় আগবঢ়োৱা স্পটাৰগৰাকীয়েও এই আকস্মিক ঘটনাত ভাৰসাম্য হেৰুৱাই পিছলৈ পৰে। স্পটাৰ হৈছে সেইজন ব্যক্তি যিয়ে ভাৰোত্তোলনৰ সময়ত ওজন তুলিবলৈ সহায় কৰে।
Video: Gym trainer tries to lift 210 Kg barbell, dies after it falls on neck
জাষ্টিন বিকিয়ে ২১০ কেজি ওজন তুলিবলৈ চেষ্টা কৰিছিল। এই দুৰ্ঘটনাৰ বাবে তেওঁৰ ডিঙি ভাঙি যোৱাৰ লগতে হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ স্নায়ুবোৰত তীব্ৰ হেঁচা পৰে। দুৰ্ঘটনাৰ পাছতে ততাতৈয়াকৈ জাষ্টিন বিকিক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হয়। অপাৰেচনৰ কিছু সময়ৰ পিছতে তেওঁৰ মৃত্যু হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ