--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওজন নিয়ন্ত্ৰণত থকাটো সকলোৱে বিচাৰে। তাৰবাবে একাংশ লোকে বহু কষ্ট কৰে। আজিকালি সকলোৱে দেখাত ফিট এণ্ড ফাইন হৈ থাকিবলৈ বিচাৰে। 

চিকাগোৰ জেফ পিটাৰ্ছ নামৰ এজন ৩৮ বছৰীয়া যুৱকৰ ২০১৭ চনত ওজন আছিল ২২৬ কেজি। এতিয়ালৈকে তেওঁৰ ওজন ১৪৭ কেজি কমিছে। বিভিন্ন ব্যায়াম, খাদ্যাভাস সলনি কৰি তেওঁ ওজন কমোৱাৰ লগতে পাছত তেওঁ গেষ্ট্ৰিক স্লীভ অস্ত্ৰোপচাৰ কৰে। এই অস্ত্ৰোপচাৰ কৰি জেফে ৭৯ কিলোগ্ৰাম ওজন কমালে। সৰ্বমুঠ ১৪৭ ওজন হ্ৰাস কৰাৰ পাছত জেফ পিটাৰ্ছৰ বৰ্তমান ওজন ৭৯ কেজি। কিন্তু ওজন কমি যোৱাৰ পিছত জেফৰ ১৮ কেজিৰ ছাল ওলমি পৰিছে। যাৰ বাবে তেওঁ খোজ কঢ়া আৰু কাপোৰ পিন্ধাত বহুত অসুবিধা পাইছে। 

জেফ পিটাৰ্ছে কৈছিল যে ওজন কমোৱাৰ পূৰ্বে তেওঁৰ ওজন দুটা হাতী পোৱালীৰ সমান আছিল। এটা হাতী পোৱালীৰ ওজন জন্ম হওতে থাকে ১২০-১৪০ কেজি। ২০১৭ চনত জেফৰ এজন বন্ধু অভাৰৱেটৰ বাবে মৃত্যুমুখত পৰে। সেই ভয়তে জেফ পিটাৰ্ছে ওজন কম কৰাৰ কথা চিন্তা কৰে। 

ছাল ওলমি পৰা বিষয়টোত বৰ্তমান ধ্যান দিছে জেফ পিটাৰ্ছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস